• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

1 year ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

4 hours ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

5 hours ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

6 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

6 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

7 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

7 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

8 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

9 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

9 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

11 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

11 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

কথা ক'লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

editor by editor
April 18, 2025
in Uncategorized, প্ৰযুক্তি
0
কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?
0
SHARES
405
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল পেমেণ্টৰ জগতত আন এক ডাঙৰ পৰিবৰ্তন। ব্যৱহাৰকাৰীসকলৰ বাবে বাবে আন এক সুবিধাজনক ফিচাৰ আনিছে গুগল পেই। শীঘ্ৰেই গুগল পেত ভয়েছ ফিচাৰ যুক্ত হব। তাৰপাছত কেৱল মুখেৰে কৈয়েই পেমেণ্ট কৰা সম্ভৱ হব। প্ৰযুক্তিৰ সৈতে চলিবলৈ, যিসকলৰ টাইপ কৰিবলৈ অসুবিধা তেওঁলোকৰ বাবে এই ফিচাৰ উপযোগী হব। কোম্পানীৰ দাবী, এই ফিচাৰৰ মাধ্যমেৰে অনলাইন লেনদেন পূৰ্বতকৈ আৰু সহজ হৈ উঠিব।

নতুন ভয়েছ ফিচাৰে কেনেকৈ কাম কৰিব?

উল্লেখ্য যে গুগল পেই কেৱল তাৰ নতুন ফিচাৰেই আনিছে তেনে নহয়, ভাৰত চৰকাৰৰ সৈতেও গুগল পে বিশেষ চুক্তি কৰিছে। ৰিপৰ্ট অনুসৰি গুগল পে চৰকাৰৰ সৈতে হাত মিলাই স্থানীয় ভাষাত পেমেণ্ট পৰিসেৱা উন্নত কৰাৰ কাম কৰিব। কোম্পানীয়ে জনোৱা অনুসৰি তেওঁলোকে মেছিন লাৰ্নিং আৰু এ আই বা কৃত্ৰিম বুদ্ধিমতা ব্যৱহাৰ কৰি ডিজিটেল পেমেণ্টক আৰু নিৰাপদ কৰিব। অনলাইন জালিয়াতি ৰোধ কৰা আৰু ব্যৱহাৰকাৰীসকলক সহজ আৰু দ্ৰুত পেমেণ্টৰ সুবিধা দিবলৈকে এই উদ্যোগ লৈছে গুগল পেই।

১. যিসকলৰ লিখাত সমস্য়া হয় বা যিসকলে নিজৰ মাতৃভাষা হিন্দি, তামিল, বাংলা, অসমীয়াৰ দৰে আঞ্চলিক ভাষাহে জানে তেওঁলোকে কেৱল মুখেৰে কৈ এই ফিচাৰত কাম কৰিব পাৰিব।

২. এ আই বা কৃত্ৰিম বুদ্ধিমত্তা মেছিন লাৰ্নিঙৰ সহায়ত এই ফিচাৰে কেৱল অনলাইন পেমেণ্টেই উন্নত কৰিব তেনে নহয়। নিৰাপত্তাও উন্নত কৰিব।

৩. এ আই আৰু মেছিন লাৰ্নিঙৰ সহায়ত এই ফিচাৰ কেৱল অনলাইন পেমেণ্টেৰেই উন্নত হব তেনে নহয়। নিৰাপত্তাও পূৰ্বতকৈ উন্নত কৰিব।

অৱশ্যে এই ফিচাৰে কেনেকৈ কাম কৰিব সেয়া এতিয়াও স্পষ্টকৈ জনোৱা হোৱা নাই। কিন্তু এটা কথা কবই লাগিব যে ভাৰতৰ ইউপিআই পেমেণ্ট ছেগমেণ্টৰ তিনিটা ডাঙৰ নাম হৈছে গুগল পে, ফোন পে আৰু পে টি এম। আৰু ২০২৪ চনৰ নৱেম্বৰৰ ৰিপৰ্ট অনুসৰি ভাৰতত গুগল পেৰ ইউপিআইৰ বজাৰৰ শ্বেয়াৰ প্ৰায় ৩৭শতাংশ। ফোন পেৰ শ্বেয়াৰ ৪৭.৮শতাংশ। পেটিএমৰো ভাল শ্বেয়াৰ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!
প্ৰযুক্তি

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

August 3, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…
প্ৰযুক্তি

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

August 2, 2026
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

August 1, 2026
Next Post
দৈনিক ৰাশিফল- আজি কৃষ্ণা ষষ্ঠীত শিৱ যোগ, এই শনিবাৰে আনিব অপাৰ সুখ

দৈনিক ৰাশিফল- আজি কৃষ্ণা ষষ্ঠীত শিৱ যোগ, এই শনিবাৰে আনিব অপাৰ সুখ

নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.