• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ টকাৰ বিল কমোৱাৰ সিদ্ধান্ত! ঔষধৰ ওপৰত কিমান শতাংশ GST কমালে কেন্দ্ৰই?

1 year ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

8 minutes ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

49 minutes ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

2 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

3 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

4 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

5 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

6 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লাখ লাখ টকাৰ বিল কমোৱাৰ সিদ্ধান্ত! ঔষধৰ ওপৰত কিমান শতাংশ GST কমালে কেন্দ্ৰই?

লাখ লাখ টকাৰ বিল কমোৱাৰ সিদ্ধান্ত! ঔষধৰ ওপৰত কিমান শতাংশ GST কমালে কেন্দ্ৰই?

editor by editor
September 11, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
লাখ লাখ টকাৰ বিল কমোৱাৰ সিদ্ধান্ত! ঔষধৰ ওপৰত কিমান শতাংশ GST কমালে কেন্দ্ৰই?
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত৷ ঔষধৰ দামক লৈ বৃহৎ পদক্ষেপ ল’লে কেন্দ্ৰই৷ এইবাৰ সস্তা হ’ল কৰ্কটৰ ঔষধ৷ ৫৪ তম জিএছটি কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে৷ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে কৰ্কটৰ ঔষধত জিএছটিৰ হাৰ ১২শতাংশৰ পৰা কমাই ৫শতাংশ কৰা হ’ল৷ জীৱনদায়িনী ঔষধ যাতে আৰু সাধ্যৰ ভিতৰত আহে তাৰ বাবে এই সিদ্ধান্ত লৈছে কেন্দ্রই৷

জিএছটি কাউন্সিলৰ বৈঠকত জনোৱা হৈছে যে ট্ৰাছটুজুমাৰ ডেৰুক্সটেকান, অচিমেৰটিনি আৰু ডুৰভালুমাৰৰ দৰে কৰ্কটৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ওপৰত জিএছটি কমোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ বিগত কেইবা বছৰ ধৰি চৰকাৰে কৰ্কটৰ ঔষধ সহজলভ্য কৰাৰ লক্ষ্য আগত ৰাখি বিভিন্ন পদক্ষেপ লৈছে৷ চলিত বছৰৰ বাজেটত কৰ্কট আৰু জীৱনদায়ী ঔষধৰ দাম কমোৱাৰ কথা ঘোষণা কৰা হৈছিল৷ ২০২৩ চনৰ জুলাই মাহতো জিএছটি কাউন্সিলৰ তৰফৰ পৰা বিভিন্ন জীৱনদায়ী ঔষধত জিএছটি সম্পূৰ্ণ এৰি দিয়াৰ কথা ঘোষণা কৰা হৈছিল৷ কেৱল কৰ্কটৰ ঔষধেই নহয়, জিএছটি কাউন্সিলৰ তৰফৰ পৰা জিএছটি হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হৈছিল৷ জিএছটি ১৮ শতাংশ কমাই ১২ শতাংশ কৰা হৈছে৷ ইয়াৰোপৰি তীৰ্থযাত্ৰাত হেলিকপ্টাৰ যাত্ৰাতো জিএছটি কমাই ৫ শতাংশ হ্ৰাস কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
Next Post
৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কঁপাই থৈ গ’ল ভাৰতৰ এক বৃহৎ অংশ

৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কঁপাই থৈ গ'ল ভাৰতৰ এক বৃহৎ অংশ

বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক…

বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন