• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮বছৰীয়া কাজিয়া পাহৰি আৰতিৰ বিয়াত গোবিন্দ, নৱদম্পত্তিক আশীৰ্বাদ দি কি ক’লে গোবিন্দই?

৮বছৰীয়া কাজিয়া পাহৰি আৰতিৰ বিয়াত গোবিন্দ, নৱদম্পত্তিক আশীৰ্বাদ দি কি ক’লে গোবিন্দই?

2 years ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

28 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

51 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

2 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

4 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৮বছৰীয়া কাজিয়া পাহৰি আৰতিৰ বিয়াত গোবিন্দ, নৱদম্পত্তিক আশীৰ্বাদ দি কি ক’লে গোবিন্দই?

৮বছৰীয়া কাজিয়া পাহৰি আৰতিৰ বিয়াত গোবিন্দ, নৱদম্পত্তিক আশীৰ্বাদ দি কি ক’লে গোবিন্দই?

editor by editor
April 26, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, ভাৰত
0
৮বছৰীয়া কাজিয়া পাহৰি আৰতিৰ বিয়াত গোবিন্দ, নৱদম্পত্তিক আশীৰ্বাদ দি কি ক’লে গোবিন্দই?
0
SHARES
415
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিগ বছ-১৩ৰ প্ৰতিযোগী আৰতি সিঙৰ বিয়া এতিয়া বলীউডৰ অন্য়তম ট্ৰেণ্ডিং খবৰ। আৰতি সিঙৰ মেহেন্দি ছেৰিমনিৰ পৰা বিবাহলৈকে সকলোবোৰ ছবিয়েই এতিয়া সামাজিক মাধ্যমত ভাইৰেল। বহু নামী-দামী চেলিব্ৰিটিয়ে ভিৰ কৰা এই অনুষ্ঠানৰ ছবিৰ মাজত সকলোৱে চাবলৈ ইচ্ছা কৰিছিল এখন বিশেষ মুখ। সেই মুখ আন কাৰো নহয় তেওঁ গোবিন্দ। বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা আৰতি সিং আৰু কৃষ্ণ অভিশেখৰ মোমায়েক গোবিন্দ।

বহু প্ৰত্যাশিত অতিথি গোবিন্দক অৱশেষত দেখা গ’ল ভাগিনীয়েক আৰতিৰ বিবাহ অনুষ্ঠানত। ২৫ এপ্ৰিলৰ নিশা, গোবিন্দই এই বিবাহৰ অনুষ্ঠানত উপস্থিত হৈ কইনা আৰু দৰাক আশীৰ্বাদ দিয়ে। বিগত চাৰি বছৰ ধৰি গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতাৰ আৰতিৰ ভাতৃ কৃষ্ণ অভিষেক আৰু কাশ্মীৰাৰ সৈতে বিবাদ চলি আছে। কিন্তু সেই বিবাদ আঁতৰাই আৰতিৰ বিবাহৰ অনুষ্ঠানলৈ আহে গোবিন্দ।

গোবিন্দক কাষতে পায় কৃষ্ণৰ পত্নী কাশ্মীৰাইয়ো ভৰি ছুই সেৱা লয় মোমায়েকৰ। ভাগিনীয়েক আৰতিক বিবাহৰ শুভেচ্ছা জনাই গোবিন্দই কয়, ‘মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰতি যেন খুব ভালে থাকে। কোনোধৰণৰ সমস্যা যাতে আৰতিৰ জীৱনলৈ নাহে তাৰেই কামনা কৰিছো।’

আৰতিৰ বিবাহৰ অনুষ্ঠানলৈ কোন কোন আহিল?

আৰতিয়ে ৭বছৰ ধৰি ডেট কৰি আছিল মুম্বাইৰ ব্য়ৱসায়ী দীপক চৌহানক। অৱশেষত তেওঁলোক প্ৰেমে বিবাহেৰে পূৰ্ণতা পাইছে। বিবাহৰ এই বিশেষ অনুষ্ঠানত আৰতি আৰু দীপকক আশীৰ্বাদ জনাবলৈ সেই স্থানত উপস্থিত হয় কপিল শৰ্মা, অৰ্চনা পুৰাণ সিং, পাৰছ ছাবৰা, মাহিৰা শৰ্মা, তুষাৰ কাপূৰ, প্ৰিয়ংকা ছাহাৰ চৌধুৰী, অংকিতা গুপ্তা, ছেফালি জেৰিৱালা, বাবা ছিদ্দিকি, বিপাশা বসু, কৰণ সিং গ্ৰোভাৰসহ কেইবাজনো তাৰকা।  এই সকলোবোৰ চেলিব্ৰিটিৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় মুখ হৈছে গোবিন্দ। গোবিন্দ বিবাহত উপস্থিত হোৱাক লৈ কৃষ্ণ অভিষেকে কয়, ‘ আমি সকলো সুখী। মামা আহিছে সেয়াই বহুত। মই মামাক দেখি খুবেই সুখী হৈছো। আমাৰ মাজত মানসিক সংযোগ আছে।’

এই সন্দৰ্ভত কৃষ্ণৰ পত্নী কাশ্মীৰাই কয়, ‘মই মামাৰ ভৰি ছুই সেৱা জনালো। তেওঁ খুব ভাল মানুহ। তেওঁ আহি আমাৰ লগতে আমাৰ সন্তান দুটাকো আশীৰ্বাদ দিছে। আমি আজি খুবেই সুখী।’

২০১৬ চনৰ এটা ঘটনাত ফাঁট মেলিছিল সম্পৰ্কৰ

গোবিন্দ আৰু কৃষ্ণৰ মাজত সম্পৰ্কত ভাঙোন আহিছিল ২০১৬ চনত। সেই সময়ত গোবিন্দই তেওঁৰ চিনেমা প্ৰচাৰৰ বাবে এটা টিভি শ্বত অংশগ্ৰহণ কৰিছিল। কৃষ্ণৰ সঞ্চালনাত থকা কমেডি নাইটছ লাইভ শ্বৰ পৰিবৰ্তে তেওঁ দ্যা কপিল শৰ্মাৰ শ্বক দেখা গৈছিল পত্নী সুনিতা আৰু কন্যা টিনাৰ সৈতে। ইয়াৰ পাছতেই মিডিয়াৰ সন্মুখত এজনে আনজনক গালি-গালাজ কৰি আহিছে। কিন্তু আৰতিৰ বিয়াৰ সময়ত সেই মনোমালিন্য পাহৰি একলগ হৈছে পৰিয়ালটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
Next Post
গুজৰাটত কেতিয়াও মুছলমান প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে! সামাজিক, ৰাজনৈতিকভাৱে গুজৰাটত পিছপেলাই ৰখা হৈছে নেকি মুছলমান সমাজক?

গুজৰাটত কেতিয়াও মুছলমান প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে! সামাজিক, ৰাজনৈতিকভাৱে গুজৰাটত পিছপেলাই ৰখা হৈছে নেকি মুছলমান সমাজক?

এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.