• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ

বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ

1 year ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

16 minutes ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

1 hour ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

2 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

2 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

3 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

3 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

4 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

5 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

18 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

19 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

20 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ

editor by editor
May 9, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ
0
SHARES
588
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ

পেহেলগাম ঘটনাৰ পাছতে পাকিস্তানৰ প্ৰতিটো কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে ভাৰতে। ইফালে পাকিস্তানৰ অৱস্থা অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ আগত সহায় ভিক্ষা খুজিছে। চৰকাৰী এক্স একাউণ্ট যোগে এই সহায় বিচাৰিছে দেশখনে।

টুইটত প্ৰকাশ কৰা অনুসৰি, পাকিস্তান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি ভাৰতীয় আক্ৰমণত পাকিস্তান যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত এতিয়া পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ দেশসমূহৰ পৰা অধিক ঋণ বিচাৰিছে।

https://x.com/ANI/status/1920696925117874247

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পাকিস্তানৰ চৰকাৰী একাউণ্টত প্ৰকাশিত এটা পোষ্টত প্ৰকাশ পাইছে এই তথ্য। পোষ্টটোত লিখিছে যে, “শত্ৰুৱে কৰা গধুৰ লোকচানৰ পিছত পাকিস্তান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক অধিক ঋণৰ বাবে আবেদন জনাইছে। যুদ্ধ বৃদ্ধি পোৱা আৰু ষ্টক হ্ৰাস পোৱাৰ মাজতে আমি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক উত্তেজনা লাঘৱ কৰাত সহায় কৰিবলৈ আহ্বান জনাইছো। ৰাষ্ট্ৰক দৃঢ়তাৰে থিয় দিবলৈ আহ্বান জনোৱা হৈছে।”

একে সময়তে ভাৰত-পাকিস্তানৰ উত্তেজনাক লৈ চীনৰ পৰাও এটা ডাঙৰ বিবৃতি প্ৰকাশ পাইছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা বৰ্তমানৰ পৰিস্থিতিক লৈ চীন চিন্তিত। ভাৰত আৰু পাকিস্তান ইজনে সিজনৰ চিৰ দিন চুবুৰীয়া দেশ। দুয়োখনদেশ চীনৰো প্ৰতিবেশী।

লগতে লিন জিয়ানে ইয়াকো কয় যে, চীন সকলো ধৰণৰ সন্ত্রাসবাদৰ বিৰোধিতা কৰে। আমি দুয়োপক্ষকেই শান্তি আৰু স্থিৰতাৰ ব্যাপক স্বাৰ্থত কাম কৰিবলৈ, ৰাষ্ট্ৰসংঘৰ সনদসহ আন্তঃৰাষ্ট্ৰীয় আইনৰ পালন কৰিবলৈ, শান্ত থাকিবলৈ, সংযম অবলম্বন কৰিবলৈ আৰু এনে কাৰ্য্য এৰিবলৈ অনুৰোধ জনাইছোঁ যিবোৰে পৰিস্থিতি আৰু জটিল কৰিব পাৰে। আমি বৰ্তমানৰ উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত গঠনমূলক ভূমিকা লবলৈ আৰু আন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে কাম কৰিবলৈ প্রস্তুত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnian Air Forceindian armyIndian Pakistan WarIndian SoldiersOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?
অপৰাধ

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

September 3, 2026
Next Post
অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক

অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.