• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

1 year ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

57 minutes ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

1 hour ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

2 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

3 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

5 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

5 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

7 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

8 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

editor by editor
May 9, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল
0
SHARES
873
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে BCCI-এ লৈছে এক ডাঙৰ সিদ্ধান্ত। অনিৰ্দিষ্ট কাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল। এতিয়া আজিৰ পৰা অনুষ্ঠিত হ’ব লগা আই পি এল ছিজন ১৮ৰ কোনো মেচ খেলা নহ’ব।

কেন্দ্ৰ আৰু সকলো ফ্ৰেঞ্চাইজি আৰু অংশীদাৰৰ সৈতে আলোচনা কৰি ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ৯ মে’ তাৰিখৰ পৰা কোনো মেচ অনুষ্ঠিত নহব। লগতে সকলো বিদেশী খেলুৱৈক সুকলে নিজ নিজ দেশলৈ উভতাই পঠোৱা হব।

উল্লেখ্য যে, ধৰ্মশালাত বাতিল হোৱা খেলখনৰ পাছত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল অস্থিৰ হৈ পৰে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে পাঞ্জাৱ দলৰ মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিংকে ধৰি সকলো খেলুৱৈয়ে অনতি পলমে ঘৰলৈ উভতি যাব বিচাৰে। অৱশ্যে ধৰ্মশালাত বিমানবন্দৰ বন্ধ হৈ থকাৰ বাবে তাৰ পৰা সকলো খেলুৱৈকে ৰে’লেৰে দিল্লীলৈ লৈ যোৱা হয়।

২০২৫ চনৰ আই পি এলত ৫৭খন মেচ সফলতাৰে সমাপ্ত হোৱাৰ বিপৰীতে ৮ মে’ত ধৰ্মশালাত খেলা ৫৮ সংখ্যক মেচ পাঞ্জাৱ বনাম দিল্লীৰ খেল নিৰাপত্তাজনিত কাৰণত মাজভাগতে বন্ধ কৰি দিয়া হৈছিল। তেতিয়াৰ পৰা আই পি এলৰ এখনো খেল অনুষ্ঠিত হোৱা নাই, আৰু আজি সম্পূৰ্ণ প্ৰতিযোগিতাখনেই বাতিল কৰাৰ কথা ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025IPL CanceledpIndia Pakistan War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
Next Post
ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

বক্ৰী শনিৰ ফলত দূৰ হ’ব সকলো দুঃখ-কষ্ট! ৪ৰাশিৰ হাতলৈ আহিব ধন, সাফল্যৰ দুৱাৰ খুলিব কোন কোন ৰাশিৰ?

বক্ৰী শনিৰ ফলত দূৰ হ’ব সকলো দুঃখ-কষ্ট! ৪ৰাশিৰ হাতলৈ আহিব ধন, সাফল্যৰ দুৱাৰ খুলিব কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.