• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

1 year ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

4 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

4 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

4 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

5 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

6 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

8 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

8 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

9 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

10 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

11 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

11 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

editor by editor
May 9, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

ভাৰতৰ সৰ্ববৃহৎ তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে শুকুৰবাৰে এক বিবৃতিত কয় যে দেশত পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ এল পি জিৰ পৰ্যাপ্ত উপলব্ধতা আছে। এনে পৰিস্থিতিত মানুহে আতংকিত হোৱাৰ প্ৰয়োজন নাই।

ভাৰতীয় তেল নিগমৰ এই বক্তব্য এই কাৰণেই প্ৰকাশ কৰিছে , কাৰণ ছ’চিয়েল মিডিয়াত ভাৰত- পাকিস্তান যুদ্ধৰ বাবে পেট্ৰ’ল পাম্পৰ বাহিৰত বহু দেৰীলৈকে শাৰী পাতি থিয় হৈ নাগৰিকে তেল সংগ্ৰহ কৰিছে।

পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ সন্দৰ্ভত যথেষ্ট আতংকৰ সৃষ্টি হৈছে আৰু পেট্ৰ’ল পাম্পৰ বাহিৰত ইন্ধন ক্ৰয় কৰিবলৈ মানুহে শাৰী পাতিছে। আই অ’ চিয়ে কয়, ‘শান্ত হৈ থাকি আৰু অপ্ৰয়োজনীয় ভিৰৰ পৰা আঁতৰি থাকি আমাক উন্নত সেৱা প্ৰদান কৰাত সহায় কৰক। ইয়াৰ ফলত আমাৰ যোগান লাইনসমূহ নিৰৱচ্ছিন্নভাৱে চলি থাকিব।’

৮–৯ মে’ৰ নিশা পাকিস্তান সেনাই ভাৰতৰ কেইবাখনো চহৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণ বিফল কৰে। ইয়াৰ পিছত ভাৰতে প্ৰতিশোধ লৈ পাকিস্তানৰ বহু চহৰৰ ৰাডাৰ ব্যৱস্থা ধ্বংস কৰি পেলালে।

সমগ্ৰ পশ্চিম সীমান্তত পাকিস্তানে একাধিক আক্ৰমণ চলাই জম্মু-কাশ্মীৰ আৰু পঞ্জাৱৰ কেইবাখনো চহৰত ব্লেকআউট জাৰি কৰা হয়। পৰিস্থিতিলৈ চালে ভাৰত-পাকিস্তানৰ মাজত সংঘাত বৃদ্ধি হোৱাৰ আশংকা দেখা গৈছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে বুধবাৰে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতে আক্ৰমণ চলাইছিল। ভাৰতৰ এই কাৰ্যত বহু সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে উচিত প্ৰত্যুত্তৰ দি পাকিস্তানৰ বহু চহৰত ৰাডাৰ ব্যৱস্থা ধ্বংস কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: attackIndian Pakistan WarLPGoilPakistan warPetrol Pumprandhan Gas
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
Next Post
বক্ৰী শনিৰ ফলত দূৰ হ’ব সকলো দুঃখ-কষ্ট! ৪ৰাশিৰ হাতলৈ আহিব ধন, সাফল্যৰ দুৱাৰ খুলিব কোন কোন ৰাশিৰ?

বক্ৰী শনিৰ ফলত দূৰ হ’ব সকলো দুঃখ-কষ্ট! ৪ৰাশিৰ হাতলৈ আহিব ধন, সাফল্যৰ দুৱাৰ খুলিব কোন কোন ৰাশিৰ?

আক্ৰমণৰ আশাংকাতেই খালি কৰি দিয়া হ’ল দিল্লীৰ ইণ্ডিয়া গেটকে ধৰি কেইবাটাও এলেকা, সাধাৰণ নাগৰিকক কোন কোন স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে?

আক্ৰমণৰ আশাংকাতেই খালি কৰি দিয়া হ’ল দিল্লীৰ ইণ্ডিয়া গেটকে ধৰি কেইবাটাও এলেকা, সাধাৰণ নাগৰিকক কোন কোন স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.