• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আক্ৰমণৰ আশাংকাতেই খালি কৰি দিয়া হ’ল দিল্লীৰ ইণ্ডিয়া গেটকে ধৰি কেইবাটাও এলেকা, সাধাৰণ নাগৰিকক কোন কোন স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে?

আক্ৰমণৰ আশাংকাতেই খালি কৰি দিয়া হ’ল দিল্লীৰ ইণ্ডিয়া গেটকে ধৰি কেইবাটাও এলেকা, সাধাৰণ নাগৰিকক কোন কোন স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে?

1 year ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

51 minutes ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

2 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

3 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

4 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

4 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

5 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

5 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

6 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

7 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

7 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আক্ৰমণৰ আশাংকাতেই খালি কৰি দিয়া হ’ল দিল্লীৰ ইণ্ডিয়া গেটকে ধৰি কেইবাটাও এলেকা, সাধাৰণ নাগৰিকক কোন কোন স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে?

আক্ৰমণৰ আশাংকাতেই খালি কৰি দিয়া হ’ল দিল্লীৰ ইণ্ডিয়া গেটকে ধৰি কেইবাটাও এলেকা, সাধাৰণ নাগৰিকক কোন কোন স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে?

editor by editor
May 9, 2025
in জীৱনশৈলী
0
আক্ৰমণৰ আশাংকাতেই খালি কৰি দিয়া হ’ল দিল্লীৰ ইণ্ডিয়া গেটকে ধৰি কেইবাটাও এলেকা, সাধাৰণ নাগৰিকক কোন কোন স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে?
0
SHARES
379
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ পৰিবেশৰ মাজতেই নিজৰ দেশতো সুরক্ষা অতি কটকটীয়া কৰিছে ভাৰতীয় সেনাই৷ ইতিমধ্যেই জম্মু, ৰাজস্থানৰ একাংশ, গুজৰাটৰ একাংশ ঠাই ব্লেকআউট কৰা হৈছে৷ এইবাৰ ৰাজধানী দিল্লীৰো বহু এলেকা আক্ৰমণৰ আশংকাতেই খালী কৰি দিয়া হৈছে৷ ভাৰতীয় সেনাই সাধাৰণ মানুহৰ যাতে কোনো ক্ষতি নহয় সেইবাবেই পূৰ্বেই খালি কৰি দিয়া হৈছে দিল্লীৰ একাংশ এলেকা৷

ৰাষ্ট্ৰপতি ভৱনৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া গেট, ৰাইছিনা হিলছ এইসমূহ এলেকা দিল্লীৰ প্ৰাণকেন্দ্ৰ৷ যিহেতু সীমান্তবৰ্তী এলেকাত একাধিক ড্ৰোণ বাৰে বাৰে সোমাই পৰিছে সেয়ে সতৰ্কতামূলক পদক্ষেপ হিচাপে খালি কৰি দিয়া হৈছে ইণ্ডিয়া গেট আৰু তাৰ কাষৰীয়া এলেকাসমূহ৷

দিল্লীলৈ ফুৰিবলৈ অহা পৰ্যটকৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহৰো ভীষণ পছন্দৰ এলেকা এই ইণ্ডিয়া গেটৰ চৌপাশ৷ ৰাইছিনা হিলছৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি ভৱনলৈকে এই সমগ্ৰ এলেকাত হাই ছিকিউৰিটি মোতায়েন কৰা হৈছে৷

পাক আক্ৰমণৰ বিপৰীতে আক্ৰমণ চলাইছে ভাৰতৰ জল, স্থল আৰু বায়ুসেনাই৷ কৰাচি বন্দৰতো চলিছে আক্ৰমণ৷ ৮ ৰ পৰা ১২ টা বিস্ফোৰণৰ শব্দ শুনা গৈছে কৰাছি বিমান বন্দৰত৷ আই এন এছ বিক্ৰান্তে কৰাচি বন্দৰত আক্ৰমণ চলাইছে বুলি এক খবৰো প্ৰকাশ পাইছে৷

লাহোৰতো ভাৰতে চলাইছে আক্ৰমণ৷ সমগ্ৰ পাকিস্তানত জাৰি কৰা হৈছে ব্লেকআউট৷ পাকিস্তানৰ ৩ চহৰৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে ভাৰতে৷ পাকিস্তানৰ ৬০ টাকৈ মিছাইল বৰ্তমানলৈকে ধ্বংস কৰিছে ভাৰতে৷ পাকিস্তানৰ ২টাকৈ JF-17 বিমান আৰু ১টা  F-16 বিমান ধ্বংস কৰিছে ভাৰতে৷ পাকিস্তানৰ ৩ যুদ্ধবিমান ধ্বংস কৰাৰ খবৰ বৰ্তমানলৈকে পোৱা গৈছে৷ ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে পাকিস্তানৰ ৩খন যুদ্ধবিমান৷ জম্মুৰ আকাশত একাধিক পাক ড্ৰোণ, ধ্বংস কৰিলে ভাৰতে৷ ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰিছে পাক ড্ৰোণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
Next Post
এসপ্তাহৰ বাবে আইপিএলৰ মেচ বাতিল, পৰিস্থিতি বুজিহে সিদ্ধান্ত লোৱা হ’ব, বিজ্ঞাপ্তিযোগে কি জনালে IPL আৰু BCCIয়ে?

এসপ্তাহৰ বাবে আইপিএলৰ মেচ বাতিল, পৰিস্থিতি বুজিহে সিদ্ধান্ত লোৱা হ’ব, বিজ্ঞাপ্তিযোগে কি জনালে IPL আৰু BCCIয়ে?

হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.