গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিত চলা গ্ৰহ হৈছে শনি৷ প্ৰতি আঢ়ৈ বছৰত শনিদেৱে ৰাশি পৰিবৰ্তন কৰে৷ মাৰ্চত নিজৰ মূল ত্ৰিকোণ ৰাশি এৰি শনিয়ে বৃহস্পতিৰ ৰাশি মীনত প্ৰৱেশ কৰিছে৷ আঢ়ৈ বছৰ এই ৰাশিত থকাৰ পাছত মেষ ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ ইয়াৰ মাজতেই আগন্তুক ১৩ জুলাইৰ পুৱা ৯ বাজি ৩৬ মিনিটত শনি বক্ৰী হব৷ আৰু শনিৰ এই ওলোটা গতিত চাৰি ৰাশিৰ জীৱনত বৃহৎ প্ৰভাৱ পৰিব৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?
বৃষ ৰাশি
শনিৰ গোচৰত বৃষ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ পৰিয়ালত কোনো সমস্যা চলিলে শীঘ্ৰেই সেয়া দূৰ হব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ ঋণৰ বোজা কমিব৷ যিকোনো কামত সাফল্য লাভৰ যোগ আছে৷ আয়ৰ নতুন পথ মুকলি হব৷ পিতৃ মাতৃৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷
মিথুন ৰাশি
কৰ্কট ৰাশি
মীন ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ