• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক

অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক

1 year ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

8 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

8 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

9 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

10 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

10 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

11 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

12 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

13 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

14 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

15 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

15 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক

editor by editor
May 9, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক

ভাৰতে অপাৰেচন সেন্দূৰৰ জৰিয়তে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে। এইবাৰ ভাৰতে পাকিস্তানৰ ওপৰত সৰ্বাধিক আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ বহু সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰা হয়।

ইয়াৰ পিছত পাকিস্তানেও ভাৰতৰ সীমান্তত কেইবাবাৰো আক্ৰমণ চলাই যদিও ভাৰতীয় সেনাই এই আক্ৰমণ বিফল কৰিবলৈ সক্ষম হয়। বিগত দুদিন ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰেছ ব্রিফিঙৰ জৰিয়তে এই বিষয়ত আপডেট দি আহিছে৷

প্ৰথমবাৰ অপাৰেচন সেন্দূৰৰ বিষয়ে দাঙি ধৰাৰ সময়ত ভাৰতীয় সেনাবাহিনীৰ নেতৃত্বত কৰ্ণেল ছফিয়া কুৰেছি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙক দেখা গৈছিক। ভাৰতীয় সেনাই পাকিস্তানক উপযুক্ত উত্তৰ দিবলৈ কেনেদৰে নিয়োজিত হৈছে তাৰ প্ৰতিটো বিশদ আপডেট শ্বেয়াৰ কৰিছিল কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে।

সেই কৰ্ণেল ছফিয়া কুৰেশ্বি ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ আগতে পি এইচ ডিৰ শিক্ষ গ্ৰহণ কৰি আছিল। কিন্তু পি এইচ ডিৰ পঢ়া এৰি পাছলৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

পাছে এতিয়াহে লাইমলাইটলৈ আহে কৰ্ণেল ছফিয়া কুৰেশ্বী। এতিয়া দেশৰ সকলোৱে ছফিয়াৰ কুৰেশ্বীৰ বিষয়ে জানিবলৈ বিশেষ আগ্ৰহী হৈ আছে। তাৰে মাজতে প্ৰকাশ পাইছে ছফিয়াৰ ভগ্নীৰ বিষয়ে। বলীউড অৰ্থাৎ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ সৈতে বিশেষ সম্পৰ্ক ছফিয়াৰ ভগ্নীৰ।

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ নাম শ্বায়না কুৰেশ্বী , যি ছবি জগতত কাম কৰে। অৱশ্যে পৰ্দাৰ আগত দেখা নাযায় , পৰ্দাৰ পিছত থাকি কাম কৰে শ্বায়নাই। শ্বায়নাৰ মুম্বাইত এটা নিজা প্ৰডাকচন হাউচ আছে, য’ত বহু ছবি আৰু এড ফিল্ম নিৰ্মাণ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnian Air Forceindian armyIndian Pakistan WarIndian SoldiersOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল

ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.