• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভৱিষ্যতৰ ইন্ধন! যোৰহাটত স্থাপন দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট

ভৱিষ্যতৰ ইন্ধন! যোৰহাটত স্থাপন দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট

4 years ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

16 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

16 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

17 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

18 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

19 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

20 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

20 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

21 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

21 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

21 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভৱিষ্যতৰ ইন্ধন! যোৰহাটত স্থাপন দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট

editor by editor
January 1, 2022
in অসম, গুৱাহাটী, প্ৰযুক্তি, ভাৰত
0
ভৱিষ্যতৰ ইন্ধন! যোৰহাটত স্থাপন দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ যোৰহাটৰ স্থাপন কৰা হৈছে দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট৷ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব প্ৰকল্পৰ কাম৷ হাইড্ৰ’জেনক ভৱিষ্যতৰ ইন্ধন হিচাপে ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ৷ এই ক্ষেত্ৰত দেশক নেতৃত্ব দিব অইল ইণ্ডিয়া লিমিটেডে৷ অইল ইণ্ডিয়াৰ এই অভিযানত নেতৃত্ব দিছে এগৰাকী অসমীয়া যুৱকে৷ বায়ু প্ৰদূষণ আৰু গোলকীয় উষ্ণতা হ্ৰাস কৰি  পৃথিৱীখন মানৱ জাতিৰ বাসোপযোগী কৰি তুলিবলৈ সমগ্ৰ বিশ্বই পেট্ৰ’ল ডিজেলৰ পৰিৱৰ্তে প্ৰদূষণবিহীন বিকল্প ইন্ধনৰ সন্ধান আৰম্ভ কৰিছে৷ তাৰেই অংশ হিচাপে অইল ইণ্ডিয়া লিমিটেডে যোৰহাটত স্থাপন কৰিছে দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট৷ চাৰিগাঁৱৰ অইল ইণ্ডিয়া কেম্পাছত আৰম্ভ কৰা হৈছে পাইলট প্ৰকল্পটো৷ সাত কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত AEM এক বিশেষ টেকন’লজি ব্যৱহাৰ কৰা হৈছে৷ এই পদক্ষেপে বায়ুমণ্ডলত বৃদ্ধি কৰিব অক্সিজেনৰ পৰিমান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelgreen hudrogen plant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
Next Post
bomb attact

ইছলামিক সংগঠন হামাছক নিশেষ কৰিব ইহুদিয়ে! গাজাষ্ট্ৰীপত আকৌ যুদ্ধৰ দামামা

আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.