• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

5 years ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

2 hours ago
মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

3 hours ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

4 hours ago
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

4 hours ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

5 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

5 hours ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

6 hours ago
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

6 hours ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

7 hours ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

8 hours ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

9 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

editor by editor
January 3, 2022
in অসম, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে
0
SHARES
620
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো আজিৰেপৰা আৰম্ভ হয় কিশোৰৰ কোভিড টিকাকৰণ অভিযান৷ এই অভিযানে সামৰি ল’ব ২০ লাখ ছাত্ৰ-ছাত্ৰীক৷ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনে চলাব টিকাকৰণ অভিযান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানৰ শিক্ষানুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰিব টীকাকৰণ অভিযানৰ৷ মন্ত্ৰীসকলে জিলাই জিলাই উপস্থিত থাকি নিৰীক্ষণ কৰিব অভিযান৷ কেশৱ মহন্ত উপস্থিত থাকিব কামৰূপ (মহানগৰ)ৰ শিক্ষানুষ্ঠানত৷ দুলীয়াজানত মুখ্যমন্ত্ৰীৰ সৈতে থাকিব কৃষি, শক্তি আৰু নিয়োগ মন্ত্ৰী৷ ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব শোণিতপুৰত৷ অজন্তা নেওগে নিৰীক্ষণ কৰিব গোলাঘাট জিলাৰ শিক্ষানুষ্ঠান৷ পৰিমল শুক্লবৈদ্য থাকিব হোজাইৰ শিক্ষানুষ্ঠানত৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা থাকিব কামৰূপ (মহানগৰ)ত৷ চন্দ্ৰমোহন পাটোৱাৰী থাকিব কামৰূপ (গ্ৰাম্য)ত৷ শিক্ষামন্ত্ৰী ৰণোজ পেগু থাকিব নগাঁৱৰ শিক্ষানুষ্ঠানসমূহত৷ উৰ্খাও গৌৰা ব্ৰহ্ম থাকিব চিৰাঙৰ শিক্ষানুষ্ঠানত৷ যোগেন মহনে নিৰীক্ষণ কৰিব চৰাইদেউ জিলাৰ শিক্ষানুষ্ঠানসমূহ৷ টিকাকৰণৰ দলে শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে গৈ চলাব অভিযান৷ কেৱল কোভাক্সিনৰ প্ৰতিষেধকহে দিয়া হ’ব কিশোৰ-কিশোৰীসকলক৷ ৰাজ্যত বৰ্তমান মজুত আছে ১৪ লাখ পালি কোভাক্সিন প্ৰতিষেধক৷ ৪ জানুৱাৰীত অসম পাবহি অতিৰিক্ত ৮.১৬ লাখ প্ৰতিষেধক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelcovid vaccination assamcovid vaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড
অপৰাধ

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

October 31, 2026
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু
বিনোদন

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

October 31, 2026
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ
অপৰাধ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
Next Post
এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

কিয় আত্মহননৰ দৰে চৰম পন্থা ল’লে আটাছু নেতাই?

কিয় আত্মহননৰ দৰে চৰম পন্থা ল’লে আটাছু নেতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.