• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
bomb attact

ইছলামিক সংগঠন হামাছক নিশেষ কৰিব ইহুদিয়ে! গাজাষ্ট্ৰীপত আকৌ যুদ্ধৰ দামামা

4 years ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

20 minutes ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

1 hour ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

4 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

4 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইছলামিক সংগঠন হামাছক নিশেষ কৰিব ইহুদিয়ে! গাজাষ্ট্ৰীপত আকৌ যুদ্ধৰ দামামা

editor by editor
January 2, 2022
in বিশ্ব, ৰাজনীতি
0
bomb attact

israel-attacts-upon-hamas-terrorist-group-again

0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিগত বৰ্ষত বহুকেইটা ঘটনাই বিশ্ববাসীৰ মনত গুৰুত্বপূৰ্ণ  স্থান লাভ কৰিছিল। তাৰে বহু কেইটা ঘটনাৰ ভিতৰত বিশ্ববাসীৰ মনত ক্ৰিয়া কৰা এটা বিশেষ ঘটনা আছিল বিগত বৰ্ষৰ আৰম্ভণিতে ইজৰাইলে পেলেষ্টাইনৰ গাজাষ্ট্ৰীপত প্ৰায় সপ্তাহ দিনজুৰি কৰা ৰকেট আক্ৰমণ। যদিও ইজৰাইলে আক্ৰমণ কৰিছিল গাজাষ্ট্ৰীপত কিন্তু ইজৰাইলক এই আক্ৰমণ কৰিবলৈ বাধ্য কৰাইছিল হামাছ নামৰ এটা ইছলামিক উগ্ৰপন্থী সংগঠনে।

এই সংগঠনে জেৰুজালামৰ এক ধৰ্মীয় ঘটনাক কেন্দ্ৰ কৰি হঠাৎ ইজৰাইললৈ লক্ষ্য কৰি একেলেথাৰিয়ে  নিক্ষেপ কৰিছিল বহু হাজাৰ ৰকেট। কিন্তু কাৰিকৰী ভাৱে বিশ্বৰ ভিতৰতে আগবঢ়া ইজৰাইলক হামাছৰ এই ৰকেট আক্ৰমণে বিশেষ কোনো ক্ষতি-ক্ষতি কৰিব পৰা নাছিল। ইফালে, এই ঘটনাৰ পাছত ইজৰাইলে প্ৰত্যুত্তৰ হিচাপে পেলেষ্টাইনৰ গাজাষ্ট্ৰীপত যুদ্ধ বিমানেৰে আকাশ মাৰ্গৰ পৰা বোমা নিক্ষেপ কৰি নিস্ত-নাভূত কৰিছিল গাজাষ্ট্ৰীপৰ ভূ-ভাগত থকা হামাছ নামৰ ইছলামিক উগ্ৰপন্থী সংগঠনৰ মূল ঘাটিসমূহ।

যি আক্ৰমণত হামাছৰ বহু উগ্ৰপন্থীৰ লগতে  মৃত্যুক সাৱটি ল’ব লগা হৈছিল গাজাষ্ট্ৰীপৰ বহু নিৰীহ জনতা। যাৰ বাবে বিগত বৰ্ষত বিশ্ববাসীৰ ওচৰত বহু সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল ইজৰাইল। প্ৰায় ছটা দিন ধৰি চলা ইজৰাইলৰ এই আক্ৰমণত নিজকে আনুষ্ঠানিক ঘোষণাৰে ইজৰাইলৰ ওচৰত আত্মসমৰ্পণ কৰিছিল হামাছ নামৰ উগ্ৰপন্থী সংগঠনটোৱে। পিছত আমেৰিকাৰ তৎপৰতাত এই আক্ৰমণ ইজৰাইলে বন্ধ কৰিছিল যদিও বৰ্ষটোত চৰ্চাৰ অন্যতম কাৰণ হৈ আছিল।

কিন্তু ২০২২ চনৰ আৰম্ভণীতে খৱৰ আহিল যে পুনৰ ইজৰাইলে ৰকেট আক্ৰমণ চলাইছে গাজাষ্ট্ৰীপত। বৰ্তমান সময়লৈ ক্ষয়-ক্ষতিৰ পৰিমাণ পোহৰলৈ অহা নাই যদিও সকলোৰে মনত এটাই প্ৰশ্ন যে কিয় আকৌ ইজৰাইলে গাজাষ্ট্ৰীপত আক্ৰমণ চলালে? আক্ৰমণ চলোৱাৰ কাৰণ হ’ল যে হামাছ নামৰ উগ্ৰপন্থী সংগঠনটোৱে মৃত সাগৰলৈ লক্ষ্য কৰি পৰীক্ষা কৰি থকা অৱস্থাত কেইবাটাও মিছাইল বতাহৰ ঢৌত পৰিছিল গৈ ইজৰাইলৰ ভূখণ্ডত ।

কিন্তু এই কথা আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমক হামাছৰ ফালৰ পৰাহে জনোৱা হৈছে। ইজৰাইল চৰকাৰৰ মতে এই আক্ৰমণ পুনৰ হামাছে জানি-বুজি ইজৰাইললৈ লক্ষ্য কৰি ৰকেট আক্ৰমণ কৰিছে। সেয়েহে এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ হিচাপে ইজৰাইলে পুনৰ গাজাষ্ট্ৰীপত আক্ৰমণ চলাইছে। হামাছৰ এই আনুষ্ঠানিক স্পষ্টীকৰণৰ বিপৰীতে তলৰ স্পষ্টীকৰণ আছিল ইজৰাইল চৰকাৰৰ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24currect affairsgajastrip attactisraelisrael and palestineisrael attact on hamas
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

April 25, 2026
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

April 25, 2026
অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?
জীৱনশৈলী

অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

April 25, 2026
Next Post
আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

এই চৰকাৰৰ আমোলত সুৰক্ষিত নে খিলঞ্জীয়াৰ স্বাৰ্থ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.