• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাঞ্চল্যকৰ! বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ বাসগৃহত বিস্ফোৰণ

চাঞ্চল্যকৰ! বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ বাসগৃহত বিস্ফোৰণ

1 year ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

15 minutes ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

52 minutes ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

2 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

2 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

3 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

3 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

4 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

5 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

5 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

5 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

7 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চাঞ্চল্যকৰ! বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ বাসগৃহত বিস্ফোৰণ

editor by editor
April 8, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
চাঞ্চল্যকৰ! বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ বাসগৃহত বিস্ফোৰণ
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাঞ্চল্যকৰ! বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ বাসগৃহত বিস্ফোৰণ

পঞ্জাৱৰ জলন্ধৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ ঘৰত মাজ নিশা ব্যাপক বিস্ফোৰণ। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত বাসগৃহতে উপস্থিত আছিল বিজেপি নেতাগৰাকী। এই ঘটনাত বিজেপি নেতাগৰাকীৰ লগতে পৰিয়ালৰ লোক আতংকিত। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল।

ঘটনা সন্দৰ্ভত তথ্য দি বিজেপি নেতা মনোৰঞ্জন কলিয়াই কয়, ‘নিশা প্ৰায় ১ মান বজাত সংঘটিত হয় এই বিস্ফোৰণ। সেই সময়ত শুই আছিল তেখেত, প্ৰথমে ভাবিছিল সেই শব্দ বজ্ৰপাতৰ। কিন্তু পিছত জানিব পাৰে সেয়া গ্ৰেনেড বিস্ফোৰণ ঘটিছে।

লগে লগে আৰক্ষীলৈ খবৰ কৰে নেতাগৰাকীয়ে। বাসগৃহৰ চিচিটিভি সমূহৰো পৰীক্ষা চলি আছে, ফৰেনছিক বিশেষজ্ঞও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বিস্ফোৰণটো ইমানেই প্ৰচণ্ড যে সমগ্ৰ অঞ্চলটোত ইয়াৰ শব্দ শুনা যায়। যাৰ বাবে মনোৰঞ্জন কালিয়াৰ পৰিয়ালৰ লগতে চুবুৰিয়া লোক সকলো আতংকিত হৈ পৰে। বিস্ফোৰণৰ কাৰণ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিস্ফোৰণৰ ফলত ঘৰৰ চোতালত ৰখা বহু বস্তুৰ ক্ষতিসাধন হয়। ঘৰৰ দুৱাৰ, গাড়ীৰ খিৰিকী আদি ভাঙি যোৱাৰ লগতে কেইবাখনো বাহনৰ ক্ষতিসাধন হয়।

উল্লেখ্য যে মনোৰঞ্জন কলিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন বিশিষ্ট নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী। দীৰ্ঘদিন ধৰি ৰাজনীতিত সক্ৰিয় হৈ থকা তেখেত জলন্ধৰ অঞ্চলত শক্তিশালী উপস্থিতিৰ বাবে পৰিচিত। তেওঁ পঞ্জাৱ চৰকাৰৰ বিভিন্ন পদত কাম কৰি আহিছে। তেওঁক পঞ্জাৱৰ বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা হিচাপে গণ্য কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjp leaderbomb blastGranad BlastpoliticianPunjab BJP Leader
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা
বিশ্ব

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

August 31, 2026
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
Next Post
বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.