• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

1 year ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

14 minutes ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

38 minutes ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

1 hour ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

2 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

2 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

3 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

5 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

6 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

6 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

editor by editor
July 5, 2025
in জীৱনশৈলী
0
নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ
0
SHARES
702
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই সময় আছিল খুবেই আশাব্যঞ্জক সময়৷ এই সময় আছিল ঘৰলৈ ন কইনাক আদৰি এক নতুন জীৱন আৰম্ভ কৰাৰ সময়৷ কিন্তু এই সপোন আদবাটতেই মৰহিল৷ পৰিয়ালৰ লোকক লৈ কইনা আনিবলৈ গৈ আধাবাটতেই শেষ হৈ গল সকলো সম্ভাৱনা৷ পথ দুৰ্ঘটনাই কাঢ়ি নিলে দৰাসহিতে মুঠ ৮জনৰ জীৱন৷ ঘটনাটো শুকুৰবাৰৰ নিশা৷ উত্তৰপ্ৰদেশৰ সম্ভল জিলাত এতিয়া শোকৰ ছাঁ৷

স্থানীয় প্ৰশাসন সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি দুৰ্ঘটনাত মৃত আটাইকেইগৰাকীয়ে সম্ভল জিলাৰ হৰ গোবিন্দপুৰ গাওঁৰ বাসিন্দা৷ হৰ গোবিন্দপুৰৰ পৰা বাদাউন জিলাৰ চিৰতৌল গাওঁলৈ কইনা আনিবলৈ ওলাইছিল সুৰজ নামৰ ২৪ বছৰীয়া যুৱকজন৷ সুৰজৰ কইনা আনিবলৈ তেওঁৰ সৈতে একেখন বাহনতেই যাত্ৰা কৰিছিল তেওঁৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্য৷ মুঠ ১০গৰাকী ব্যক্তি আছিল SUV খনত৷ বিবাহগৃহলৈ ৰাওনা হোৱাৰ সময়তেই নিয়ন্ত্ৰণ হেৰুৱাই জেওৱানাই গাওঁৰ কাষৰ জনতা ইন্টাৰ কলেজৰ দেৱালত খুন্দা মাৰে বাহনখনে৷ লগে লগেই দৰাসহিতে বাহনত থকা ৮ ব্যক্তিয়ে নিমিষতে প্ৰাণ হেৰুৱাই৷

দুৰ্ঘটনাৰ সময়ত অত্যন্ত দ্ৰুত গতিত আছিল বাহনখন৷ যাৰবাবে নিয়ন্ত্ৰণ হেৰুৱাই কলেজৰ দেৱালত ধাক্কা মাৰি বাগৰি পৰে বুলি জনাইছে আৰক্ষী সূত্ৰই৷ ঘটনাস্থলীত থিতাতে নিহত হয় দৰা সুৰজসহ ৫ব্যক্তিৰ৷ অইন ৫ ব্যক্তিত ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালতেই অইন ৩গৰাকীৰো মৃত্যু হোৱাৰ খবৰ আহিছে৷ দুগৰাকী ব্যক্তিৰ অৱস্থাও অত্যন্ত সংকটজনক বুজি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই৷ মৃতসকলৰ ভিতৰত শিশুও আছে বুলি জানিব পৰা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
Next Post
ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ  চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.