• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

1 year ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

54 minutes ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

2 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

3 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

3 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

16 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

17 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

17 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

18 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

18 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

19 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

19 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

editor by editor
July 5, 2025
in ভাৰত, ৰাজনীতি
0
ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচনত মহিলা ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ একাধিক কৌশল গ্ৰহণ কৰিছে ৰাজনৈতিক দলসমূহে৷ বিহাৰত মহিলা ভোটাৰক আকৰ্ষণ কৰাৰ বাবে লোৱা পন্থাই এতিয়া দৃষ্টি কাঢ়িছে বহুজনৰ৷ চলিত বছৰৰ শেষৰফালে বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে৷ সেয়েহে পেডমেন চিনেমাৰে অনুপ্ৰাণিত কংগ্ৰেছে বিহাৰৰ মহিলা ভোটাৰৰ মন জয় কৰিবলৈ গ্ৰহণ কৰিছে বিশেষ উদ্যোগ৷ নিৰ্বাচনৰ পূৰ্বেই আৰম্ভ কৰিছে প্ৰিয়দৰ্শিনী উৰান যোজনা৷ এই প্ৰকল্পৰ আওতাত ৰাজ্যৰ পাঁচ লাখৰো বেছি মহিলাক ছেনিটেৰি পেড বিতৰণ কৰা হৈছে৷ পেড বিতৰণৰ পাছতেই আৰম্ভ হৈছে বিতৰ্ক৷ কাৰণ বিতৰণ কৰা পেডৰ পেকেটত আছে ৰাহুল গান্ধীৰ ছবি৷

এই প্ৰকল্প মূলত মাহেকীয়া স্বাস্থ্য সচেতনতা বৃদ্ধিৰ লক্ষ্যেৰে আৰম্ভ হোৱা প্ৰকল্প৷ ইয়াৰোপৰি এয়া কংগ্ৰেছৰ এক বৃহত্তৰ নাৰী কেন্দ্ৰীক নিৰ্বাচনী প্ৰচাৰৰো অংগ৷ সেয়ে পেডৰ পেকেটত কেৱল ৰাহুল গান্ধীৰ ছবিয়েই নহয়, কংগ্ৰেছৰ এক নিৰ্বাচনী প্ৰতিশ্ৰুতিও আছে৷ লেখা আছে, অৱহেলিত পৰিয়ালৰ মহিলাসকলক প্ৰতিমাহে ২৫০০ টকাৰ আৰ্থিক সাহায্য দিয়া হব৷

কংগ্ৰেছৰ এই উদ্যোগৰ সমালোচনা কৰিছে বিজেপি দলে৷ বিজেপিৰ জাতীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে এক্স হেণ্ডেলত লিখিছে, ‘ছেনিটেৰি পেডত ৰাহুল গান্ধীৰ ছবি দি বিহাৰৰ মহিলাক অপমান কৰা হৈছে৷ কংগ্ৰেছ এক নাৰী বিদ্বেষী দল৷ বিহাৰৰ মহিলাসকলে কংগ্ৰেছ আৰু আৰ জে ডিক  উচিত শিক্ষা দিব৷’

বিহাৰৰ ৰাজনীতিত বিৰোধী শিৱিৰৰ জোঁট মহাগঠবন্ধনত তেওঁলোকৰ পক্ষৰ পৰা ঘোষণা কৰা হৈছে যে যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে মাই বেহেন মান যোজনাৰ অধীনত প্ৰত্যেক মহিলাৰ বেংক একাউণ্টত মাহিলী ২৫০০ টকাকৈ দিয়া হব৷ অন্যহাতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন চৰকাৰেও মহিলা সংবাদ নামৰ এক গ্ৰামীণ পৰ্যায়ত সংযোগ প্ৰকল্প আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে ৰাজ্যৰ ২ কোটি মহিলাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰা৷ বৰ্তমান কংগ্ৰেছৰ ছেনিটেৰি পেড বিতৰণ কৌশল ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.