• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

1 year ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

10 minutes ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

1 hour ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

2 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

2 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

2 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

3 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

3 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

4 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

5 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

6 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

6 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

editor by editor
July 5, 2025
in বিবিধ, ভাৰত, লেখা
0
শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিৰ গতি পৰিবৰ্তন কেৱল ৰাশিচক্ৰই নহয়, দেশ আৰু বিশ্বকো প্ৰভাৱিত কৰে৷ এই বছৰ শাওন মাহত ১৩৮ দিনৰ বাবে শনি বিপৰীতমুখী হ’ব৷ জুলাই মাহত শনিদেৱৰ বিপৰীতমুখী গতিত কিছু ৰাশিয়ে বিশেষ সুবিধা পাব পাৰে৷

বৃষ ৰাশি

জুলাই মাহত বৃষ ৰাশিৰ জাতকৰ বাবে খুবেই উপকাৰী প্ৰমাণিত হব পাৰে৷ আপুনি বহু ধন সঞ্চয় কৰিব পাৰিব৷ অবিবাহিতসকলে জীৱনসংগী পাব৷ সমাজত প্ৰতিপত্তি বৃদ্ধি পাব৷

কৰ্কট ৰাশি

শনি বিপৰীতমুখী হ’ব আৰু বুধৰ সৈতে সমসপ্তক ৰাজযোগ গঠন কৰিব৷ এই ৰাজযোগে কৰ্কট ৰাশিৰ জাতকক খুবেই শুভ ফল দিব৷ আৰ্থিক স্থিতিশীলতা আহিব৷ ঘৰত কোনো শুভ ঘটনা ঘটিব পাৰে৷ চাকৰিত আপোনাৰ কামত সুখী হ’ব কৰ্মকৰ্তাসকল৷

তুলা ৰাশি

শনিৰ বিপৰীতমুখী গতিয়ে তুলা ৰাশিৰ জাতকক কৰ্মজীৱনত ভাল অৱস্থান দিব পাৰে৷ অতীতত কৰা বিনিয়োগৰ পৰা আৰ্থিক লাভ হব৷ আপোনাৰ কোনো আত্মীয়ৰ বিবাহৰ পৰিকল্পনা চলিব পাৰে৷

মকৰ ৰাশি

শনিয়ে মকৰ ৰাশিৰ জাতকক কাংক্ষিত ফলাফল দিব পাৰে৷ আপোনাৰ কৰ্মজীৱনত আগুৱাই যাবৰ বাবে আপুনি যি কঠোৰ পৰিশ্ৰম কৰি আহিছিল তাৰ ফল আপুনি লাভ কৰিব৷

কুম্ভ ৰাশি

শনিৰ আশীৰ্বাদত আপোনাৰ কাম সফল হব৷ কোনো পুৰণি বন্ধুৱে আপোনাক সহায় কৰিব যাতে আপোনাৰ উপকাৰ হয়৷ আপোনাৰ মনোবল দৃঢ় ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
Next Post
নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

ভগৱান শিৱৰ প্ৰিয় ৩ ৰাশি, শাওনত অৰ্থপ্ৰাপ্তিৰ যোগ আছে এই ৩ৰাশিৰ

ভগৱান শিৱৰ প্ৰিয় ৩ ৰাশি, শাওনত অৰ্থপ্ৰাপ্তিৰ যোগ আছে এই ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.