• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

1 year ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

23 minutes ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

1 hour ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

2 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

3 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

4 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

16 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

17 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

17 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

18 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

19 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

19 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?

editor by editor
July 5, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
নতুন সপ্তাহত শুভ খবৰে অপেক্ষা কৰিছে আপোনাৰ বাবে, কোন ৫ৰাশিৰ আছে অৰ্থপ্ৰাপ্তিৰ যোগ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ৭ জুলাইৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহত গঠিত হ’ব নীচভংগ ৰাজযোগ৷ জুলাই মাহৰ দ্বিতীয় সপ্তাহত বৃশ্চিক ৰাশিত গোচৰ কৰিব চন্দ্ৰই আৰু বৃষ ৰাশিত গোচৰ কৰিব শুক্ৰই৷ এই সময়ত চন্দ্ৰৰ ওপৰত শুক্ৰৰ পোনপটীয়া দৃষ্টি থাকিব৷ ইয়াৰ ফলত গঠিত হ’ব নীচভংগ ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত জাতকে সন্মান, প্ৰতিপত্তি, চৰকাৰী চাকৰি আৰু কেৰিয়াৰত উচ্চপদ লাভ কৰিব৷ জানি থওক নীচভংগ ৰাজযোগৰ প্ৰভাৱত ৭ জুলাইৰ পৰা ১৩ জুলাইৰ ভিতৰত এই সপ্তাহত ভাগ্য চমকিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

নতুন সপ্তাহ সাংসৰিক আৰু পেছাগত জীৱন ভালকৈ কটাব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি আত্মবিশ্বাসৰ সৈতে নিজৰ দক্ষতা তুলি ধৰিব পাৰিব৷ পৰিস্থিতি আপোনাৰ নিজৰ কন্ট্ৰলত থাকিব৷ সপ্তাহৰ শেষৰ দিনকেইটাই আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা ল’ব৷ প্ৰয়োজনত অন্যৰ সাহায্য ল’বলৈ দ্বিধা নকৰিব৷

সিংহ ৰাশি

নতুন সপ্তাহত সকলো কামতে সৌভাগ্যক কাষত পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত কেৰিয়াৰত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ কৰ্মক্ষেত্ৰত অন্যক পিছপেলাই আগুৱাই যাব আপুনি৷ আত্মবিশ্বাস আৰু প্ৰতিভাৰ শীৰ্ষত থাকিব এই ৰাশিৰ জাতক৷ নিজৰ পৰিশ্ৰমৰ সুফল পাব৷

কন্যা ৰাশি

৭ জুলাইৰ পৰা আৰম্ভ হোৱা সপ্তাহৰ নিজৰ মাজত পজিটিভ এনাৰ্জিৰ উপলব্ধি হ’ব কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ লক্ষ্যত উপনীত হব আপুনি৷ পৰিয়ালক বেছি গুৰুত্ব দিব এই ৰাশিৰ জাতকে৷ আপোনাৰ কোনো পুৰণি সপোন এই সময়ত সঁচা হব৷ আৰ্থিকভাৱেও লাভৱান হব৷

তুলা ৰাশি

আগন্তুক সপ্তাহত সহজেই সকলো চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ এই সময়ত ব্যক্তিগত সম্পৰ্কসমূহ আৰু শক্তিশালী হব৷ বহু কঠিন সমস্যাৰ সমাধান বিচাৰি পাব৷ কাৰ্যালয়ত নতুন কামৰ দায়িত্ব পাব৷ সংসাৰ আৰু কেৰিয়াৰ উভয় ক্ষেত্ৰকেই ভালধৰণে মেনেজ কৰিব পাৰিব৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহ নানান ধৰণে লাভজনক হব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি মানসিক শান্তি পাব৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব পাৰিব৷ পৰিয়ালত প্ৰবীণসকলৰ পৰামৰ্শ আৰু আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷ সকলো সমস্যাৰ সমাধান বিচাৰি পাব৷ আৰ্থিকভাৱেও লাভৱান হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা
বিনোদন

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

August 21, 2026
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ
বিনোদন

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

August 21, 2026
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
Next Post
ভগৱান শিৱৰ প্ৰিয় ৩ ৰাশি, শাওনত অৰ্থপ্ৰাপ্তিৰ যোগ আছে এই ৩ৰাশিৰ

ভগৱান শিৱৰ প্ৰিয় ৩ ৰাশি, শাওনত অৰ্থপ্ৰাপ্তিৰ যোগ আছে এই ৩ৰাশিৰ

গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.