• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

1 year ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

3 minutes ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

16 minutes ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

51 minutes ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

1 hour ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

2 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

4 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

7 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

8 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

editor by editor
July 5, 2025
in অসম, জীৱনশৈলী, লেখা
0
গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?
0
SHARES
953
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুণগুণ আৰু কঠিয়া, ছচিয়েল মিডিয়াত খুবেই চৰ্চিত বিষয়৷ প্ৰশাসনক মাত্ৰ এদিনৰ সময় বিচাৰি গুণগুণে জনোৱা অনুৰোধক নস্যাৎ কৰি গুণগুণহঁতৰ কঠিয়াতলিত উচ্ছেদ চলাইছিল প্ৰশাসনৰ লোকে৷ তাৰপিছতেই গুণগুণে কৰা এটা ফেছবুক লাইভে তোলপাৰ লগাইছিল ৰাজ্য৷ প্ৰায়সংখ্যক লোকেই এই কাৰ্যক অমানৱীয় বুলিও আখ্যা দিছিল৷ গুণগুণৰ কাষত থিয় দিছিল সচেতন সমাজ৷ গুণগুণৰ এই বিশেষ ভিডিঅ’ৰ ওচৰত সেও মানি ৪ জুলাই তাৰিখে প্ৰশাসনে গুণগুণৰ ঘৰলৈ চৰকাৰীভাৱে কঠিয়া পঠিয়াইছিল৷ কিন্তু সেই কঠিয়া গুণগুণৰ পৰিয়ালে গ্ৰহণ নকৰিলে৷ সাপ হৈ খুঁটি বেজ হৈ জৰা বুলি আখ্যা দি সেই কঠিয়া ঘূৰাই পঠিয়ালে গুণগুণৰ পৰিয়ালে৷ গুণগুণৰ এই কাৰ্যৰ পাছতেই শেহতীয়াকৈ ফোনযোগে বিশেষ ভাবুকি দিয়া বুলি অভিযোগ আনিছে গুণগুণ আৰু তেওঁৰ পৰিয়ালে৷

গুণগুণে আমাৰ সাংবাদিকৰ সন্মুখত দিয়া মন্তব্যত কয়, ‘কঠিয়াখিনি কঠিয়া হৈয়ে থাকিবলৈ দিয়ক৷ কঠিয়াক লৈ আপোনালোকেও পলিটিক্স নকৰিব৷ আমাক কোৱা হৈছে কঠিয়াখিনিৰ পিছত কিয় লাগি আছে? মানুহৰ ঘৰ দুৱাৰ গুচি গৈছে তঁহতে কঠিয়াৰ পিঠত লাগি আছ বুলি আমাক কোৱা হৈছে৷ তেওঁলোকে হয়তো ভাত খাই জীয়াই থকা নাই৷ পথাৰত নামি চাওক তেতিয়াহে বুজিব এমুঠি ভাত কিমান কষ্টকৈ গোটোৱা হয়৷ আমি স্পষ্টৰূপত কৈছো আমাক প্ৰশাসনে দিয়া কঠিয়া নালাগে৷ ওচৰ চুবুৰীয়াই দিয়া কঠিয়াৰেই আমি এইবাৰ খেতি কৰিম৷ প্ৰকৃত কৃষকেহে কঠিয়াৰ মূল্য বুজে৷

কঠিয়াখিনিক লৈ ৰাজনীতি আৰম্ভ নকৰিব৷ আমাৰ এই দুখৰ সমভাগী হ’বলৈ মানুহ হিচাপে কোনোবা আহিছে তেওঁলোকৰ সৈতে আমি ভালকৈ কথা পাতিছো৷ কথা পতা মানেই আমি কোনোবা দল সংগঠনত জইন কৰা নুবুজায়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ
জীৱনশৈলী

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

October 3, 2026
Next Post
শাওন আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই সামগ্ৰী, সুখী হ’ব ভোলেনাথ

শাওন আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই সামগ্ৰী, সুখী হ’ব ভোলেনাথ

হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.