• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই সামগ্ৰী, সুখী হ’ব ভোলেনাথ

শাওন আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই সামগ্ৰী, সুখী হ’ব ভোলেনাথ

1 year ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

13 minutes ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

44 minutes ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

56 minutes ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

2 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

2 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

5 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

8 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই সামগ্ৰী, সুখী হ’ব ভোলেনাথ

শাওন আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই সামগ্ৰী, সুখী হ’ব ভোলেনাথ

editor by editor
July 6, 2025
in জীৱনশৈলী, লেখা
0
শাওন আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই সামগ্ৰী, সুখী হ’ব ভোলেনাথ
0
SHARES
890
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই শাওন মাহ আৰম্ভ হব৷ এই বছৰ শাওন আৰম্ভ হব আগন্তুক ১৮ জুলাইৰ পৰা৷ আপুনি ভগৱান শিৱৰ ভক্ত হলে শাওন মাহ পালনৰ প্ৰস্তুতি এতিয়াৰে পৰাই আৰম্ভ কৰিব পাৰে৷ শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰ ভালধৰণে পৰিষ্কাৰ কৰাটো জৰুৰী৷ তেতিয়া সংসাৰত পজিটিভ এনাৰ্জি বৰ্তি থাকিব৷ এই সময়ত ঘৰৰ পৰা অপ্ৰয়োজনীয় সামগ্ৰী জমাই নাৰাখিব৷ এনে সামগ্ৰী ৰাখিলে অসন্তুষ্ট হয় ভগবান৷ জানি থওক শাওন আৰম্ভ হোৱাৰ পূৰ্বেই কি কি সামগ্ৰী আঁতৰাই দিয়া দৰকাৰ?

শুকাই যোৱা গছ

ঘৰত শুকাই যোৱা গছ নাৰাখিব৷ শুকান গছে সংসাৰত নিগেটিভ এনাৰ্জি আনে৷ কেকটাছ জাতীয় কাঁইট গছ ভুলতো ঘৰত নাৰাখিব৷ ঘৰত কাঁইটগছ থাকিলে সংসাৰত অশান্তিৰ পৰিবেশ তৈয়াৰ হয়৷ শুকাই যোৱা তুলসী গছ ঘৰত থাকিলে এতিয়াই সেই গছ আঁতৰাই নতুন গছ ৰোৱক৷

ভঙা মূৰ্তি

ভুলতো ভঙা মূৰ্তি ঘৰত নাৰাখিব৷ ইয়াৰোপৰি ফাঁট মেলা কাঁহৰ সামগ্ৰী, ফুলদানি ঘৰতো ৰখা উচিত নহয়৷ ইয়াৰ ফলত ৰুষ্ট হয় মহাদেৱ৷ পাৰিবাৰিক সম্পৰ্কসমূহৰ মাজত ফঁটা বাচনে অশুভ প্ৰভাৱ পেলায়৷ কোনো মূৰ্তি ভাঙি গলে সেয়া মাটিত পুঁতি পেলাওক বা পানীত উটোৱাই দিয়ক৷ ভঙা মূৰ্তিৰ স্থানত নতুন মূৰ্তি আনক৷

পুৰণি ঝাড়ু

ঝাড়ুক বাস্তুশাস্ত্ৰত মা লক্ষ্মীৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷ কিন্তু পুৰণি ঝাড়ু সংসাৰত দাৰিদ্ৰ আৰু অসুখ লৈ আহক৷ ইয়াৰ অশুভ প্ৰভাৱত কেৰিয়াৰত বাধা আৰু আৰ্থিক ক্ষতি হব পাৰে৷ শনিবাৰ বা অমাবস্যা তিথিত নতুন ঝাড়ু কিনিব পাৰে৷ নতুন ঝাড়ু ঘৰৰ এনে স্থানত ৰাখক, যাতে সকলো সময়তে ঝাড়ু চকুত পৰি নাথাকে৷

ম্যাদ উত্তীৰ্ণ ঔষধ আৰু খাদ্য

ম্যাদ ওকলি যোৱা ঔষধ আপোনাৰ ঘৰত থাকিলে শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই সেয়া পেলাই দিয়ক৷ ম্যাদ উত্তীৰ্ণ খাদ্য থাকিলে সেয়া পেলাই দিয়া জৰুৰী৷ অন্যথা সংসাৰত অসুখ-বিসুখ বাঢ়ে৷

ফাটি যোৱা কাপোৰ

ঘৰত ফঁটা কাপোৰ থাকিলে শাওন মাহ আৰম্ভ কৰাৰ পূৰ্বেই পেলাই দিয়ক৷ বহু পুৰণি কাপোৰ পূজাৰ স্থানত ৰাখিলে সেয়া আঁতৰাই দিয়ক৷ পূজাৰ ৰুম মোহাৰিবলৈ পিন্ধা পুৰণি কাপোৰ ব্যৱহাৰ নকৰিব৷

নষ্ট বৈদ্যুতিন সৰঞ্জাম

ঘৰত নষ্ট হৈ যোৱা টিভি, ফ্ৰিজ, মোবাইলৰ দৰে কোনো বৈদ্যুতিন সামগ্ৰী থাকিলে সেয়া এতিয়াই আঁতৰাই দিয়া প্ৰয়োজন৷ অন্যথা সংসাৰত নিগেটিভ এনাৰ্জি বিয়পি পৰিব আৰু আৰ্থিক ক্ষতি হব পাৰে৷ ঘৰত নষ্ট হোৱা ঘড়ী থাকিলে সেই ঘড়ীয়ে চাকৰিৰ পদোন্নতিৰ পথত বাধাৰ সৃষ্টি কৰে৷ শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই সেই সামগ্ৰী ঘৰৰ পৰা আঁতৰাই দিয়ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Next Post
হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

মাহিলী দৰমহা আছিল ৭৫ কোটি, মুকেশ আম্বানীৰ সোঁহাত এইগৰাকী ব্যক্তিয়ে এতিয়া ভিক্ষা মাগি দূৰ কৰে ক্ষুধা, আঁৰত কি কাৰণ?

মাহিলী দৰমহা আছিল ৭৫ কোটি, মুকেশ আম্বানীৰ সোঁহাত এইগৰাকী ব্যক্তিয়ে এতিয়া ভিক্ষা মাগি দূৰ কৰে ক্ষুধা, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.