• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ  চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

1 year ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

3 minutes ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

51 minutes ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

2 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

10 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

11 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

11 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

13 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

14 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

14 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

editor by editor
July 5, 2025
in বিনোদন, বিবিধ
0
ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ  চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত প্ৰায় তিনিটা দশক ধৰি নায়কৰ ভূমিকাত অভিনয় কৰি আহিছে ছলমান খানে৷ নাম, যশ, খ্যাতিৰ শিখৰত এতিয়াও আছে ভাইজান৷ অভিনয় ক্ষেত্ৰত তেওঁ আজিও এগৰাকী সফল নায়ক৷ নতুন বহু অভিনেতাই বলীউডত ভুমুকি মাৰিলেও ছলমান খান এতিয়াও অদ্বিতীয়৷ অভিনয় ক্ষেত্ৰৰ ওপৰিও ছলমানৰ আছে বলীউডত বিশেষ ক্ষমতা৷ তেওঁ ইচ্ছা কৰিলে কাৰোবাক নায়ক বনাবও পাৰে আৰু কাৰোবাক নায়কৰ পৰা নমাই বলীউডত স্থানশূন্যও কৰিব পাৰে৷

ছলমানে বলীউডক দিছে একাধিক নতুন নায়িকা, যাৰ মাজত কেটৰিনা কাইফ অন্যতম৷ তেওঁৰ প্ৰেম জীৱনক লৈ বিস্তৰ চৰ্চা আজিও অব্যাহত আছে৷ তেওঁ নিজে অৱশ্যে স্বীকাৰ কৰিছে যে তেওঁৰ ৫৯ বছৰীয়া এই জীৱনযাত্ৰাত মাত্ৰ ৬গৰাকীহে প্ৰেমিকা আহিছে৷ সংগীতা বিজলানি, ঐশ্বৰ্য ৰায়, সোমি আলি, কেটৰিণা কাইফৰ সৈতে তেওঁ নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰায় ৰাজহুৱা কৰিছিল৷ প্ৰেমত পৰিলেও অৱশ্যে বৈবাহিক সম্পৰ্কত কাৰোৰে সৈতে বান্ধ খোৱা নাই ছলমান৷ আজিও তেওঁ বলীউডৰ সকলোতকৈ যোগ্য অবিবাহিত পুৰুষৰ শাৰীত আছে৷

ৰীল লাইফতো ছলমানে আজিও এগৰাকী নায়কৰ ভূমিকাতেই অভিনয় কৰে৷ প্ৰেমিকৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ কিন্তু ৰীল লাইফত কাহানিও নায়িকাৰ ওঁঠত ওঁঠ  থৈ প্ৰেম কৰা দেখা নাযায় ছলমানক৷ ৩ দশকৰ নায়ক কেৰিয়াৰত তেওঁ এতিয়াও অব্যাহত ৰাখিছে নো কিছিং পলিছি৷ কিয় পৰ্দাত নায়িকাৰ ওঁঠত ওঁঠ থোৱাত আপত্তি আছে ছলমানৰ? ছলমানৰ এই আঁৰৰ কাহিনী জনাইছে তেওঁৰেই ভাতৃ আৰবাজ খানে৷

কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই নো কিছিং পলিছিত বিশ্বাসী ছলমান৷ অৱশ্যে নিজৰ ব্ৰত মাত্ৰ এবাৰেই ভাঙিছিল ছলমানে৷ সেয়া আছিল কৰিশ্মা কাপূৰৰ বাবে৷ নব্বৈৰ দশকত জিত ছবিত কৰিশ্মাৰ ওঁঠত ওঁঠ ৰাখিছিল ছলমানে৷ তাৰপিছতেই কৰিশ্মাৰ সৈতে জুঁটি বান্ধি বহু কাম কৰিছিল৷ পৰিচালকৰ চাহিদাতেই চুম্বন কৰিছিল৷ কিন্তু ছলমানৰ জীৱনত ‘জিত’ই প্ৰথম আৰু শেষ ছবি৷

২০১৭ চনত পৰিচালক আলি আব্বাছ জাফৰে কেটৰিণা কাইফৰ সৈতে টাইগাৰ জিন্দা হে ছবিৰ বাবে চুম্বনৰ দৃশ্যৰ অনুৰোধ কৰিছিল ছলমানক৷ কিন্তু ছলমানে এই অনুৰোধ নাৰাখিলে৷ সেই বিষয়সমূহ উত্থাপন হোৱাত এক কমেডি শ্বত তেওঁ ভাতৃ আৰবাজে কয় যে, ছলমানে কেমেৰাৰ পিছত ইমানেই চুমা খাইছে যে পৰ্দাত তেওঁ চুমা খাবলৈ কোনোধৰণৰ ইচ্ছা জাগি নুঠে৷ ভাতৃ আৰবাজৰ কথা শুনি ছলমানেও হাঁহি মাৰি সেই কথাত সমৰ্থন জনায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!
নিয়োগ

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

August 1, 2026
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 1, 2026
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
Next Post
ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

ছেনিটেৰি নেপকিনৰ পেকেটত উজ্বলিছে ৰাহুল গান্ধীৰ ছবি! বিহাৰ কংগ্ৰেছৰ আঁচনিক লৈ কি কৈছে নেটিজেনে?

শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

শনিৰ বিপৰীতমুখী গতিত ৫ ৰাশিৰ সলনি হ’ব সময়, সম্পন্ন হ’ব বহুদিন ধৰি ৰৈ থকা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.