GST লগোৱাৰ পাছতেই দাম কমিল কেইবাবিধো সামগ্ৰীৰ।
অত্যাবশ্যকীয় সামগ্ৰীৰ দাম কমাই জনতালৈ ডাঙৰ সঁকাহ।
মুঠ ৩২ বিধ সামগ্ৰীত কৰ হ্ৰাস কেন্দ্ৰৰ।
টুথপাউডাৰত ১৭ শতাংশ GSTৰ ঠাইত এতিয়াৰে পৰা লাঘু ১২ শতাংশ GST।
হেয়াৰ অইল, টুথপেষ্ট, চাবোনত পূৰ্বৰ ২৭ শতাংশ GSTৰ ঠাইত এতিয়া ১৮ শতাংশ GST ভৰিব লাগিব গ্ৰাহকে।
কছমেটিক আৰু পাৰফিউমত পূৰ্বৰ ২৮ শতাংশ GSTৰ ঠাইত এতিয়া ১৮ শতাংশ GST।
ফুটৱেৰ ক্ৰিম, ফাৰ্ণিচাৰ, টাইলছ, গ্লাছ আৰু মেটেলৰ পূৰ্বৰ ২৮ শতাংশৰ GST কমাই এতিয়া কৰা হৈছে ১৮ শতাংশ।
টেবুল ক্লথ, কিচ্ছেনৰ সামগ্ৰীত ১৮-২৮ৰ পৰা ১২-১৮ লৈ GST হ্ৰাস।
মেট্ৰেছত ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ GST হ্ৰাস।
জোতাত ২১ শতাংশৰ পৰা ১৮ শতাংশলৈ GST হ্ৰাস।
মুভি বা চিনেমাৰ ১০০ টকাৰ ওপৰৰ টিকেটৰ GST ৩৫ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস।
১০০ টকাৰ ভিতৰত চিনেমাৰ টিকেটত ৩৫ শতাংশৰ পৰা ১২ শতাংশলৈ কমোৱা হল GST।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ