• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

1 year ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

19 minutes ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

3 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

3 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

4 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

4 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

5 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

6 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

6 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

6 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

7 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ

editor by editor
September 4, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
কম দামতেই বুকিং কৰিব পাৰিব হোটেল ৰুম! ৭৫০০ টকালৈকে হোটেল ৰুমৰ ওপৰত GST মাত্ৰ ৫শতাংশ
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

GST কাউন্সিলৰ বৈঠকৰ পাছতেই সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰে পৰা সস্তা হব হোটেল ৰুম৷ সস্তাতে হোটেলত কটাব পাৰিব নিশা৷ এই খৰচ কমাৰ ফলত কমি যাব আপোনাৰ ভ্ৰমণৰ খৰচো৷ এই সিদ্ধান্তই বিশেষকৈ যিসকলে কম বাজেটত হোটেলত নিশা কটাব খোজে বা ভ্ৰমণত কম বাজেটৰ হোটেল বিচাৰে তেওঁলোকক লাভাম্বিত কৰিব৷ এই সিদ্ধান্তৰ পাছতেই ৭৫০০ টকা পৰ্যন্ত হোটেল ৰুমৰ জি এছ টি হাৰ ১২শতাংশৰ পৰা কমাই ৫শতাংশ কৰা হৈছে৷ যাৰ ফলত ভাল বাজেটত ভাল হোটেলত সময় কটাব পাৰিব গ্ৰাহকে৷

এতিয়াৰে পৰা ১২ শতাংশ জি এছ টিৰ পৰিবৰ্তে ৭৫০০ টকা পৰ্যন্ত হোটেল ৰুমৰ ওপৰত মাত্ৰ ৫শতাংশ জিএছটি আৰোপ হব৷ ইয়াৰ অৰ্থ হৈছে আপুনি পূৰ্বতকৈ কম টকাতেই ভাল হোটেলত সময় কটাব পাৰিব৷ দেশী বিদেশী পৰ্যটকৰ সুবিধা হোৱাকৈয়ে এই সিদ্ধান্ত লোৱা হৈছে৷

১২শতাংশৰ পৰিবৰ্তে ৫শতাংশ জিএছটি দিব লাগিব

বৰ্তমান পৰ্যন্ত ৭৫০০ টকা বা তাতকৈ কম ভাড়াৰ হোটেল ৰুমৰ ওপৰত ১২শতাংশ জিএছটি ধাৰ্য কৰা আছিল৷ কিন্তু চৰকাৰে এই হাৰ কমাই ৫শতাংশ কৰিছে৷ ইয়াৰ অৰ্থ হৈছে ৭৫০০ টকাৰ ৰুম বুক কৰিলে পূৰ্বে ৯০০ টকা জিএছটি দিব লাগিব অৰ্থাৎ পূৰ্বতকৈ ৩৭৫ টকা কমাই দিয়া হব৷ আপুনি ৫২৫ টকা ৰেহাই পাব৷ এই পৰিবৰ্তনে বিশেষকৈ হোটেল ব্যৱসায়ীক পুনৰোজ্জীৱিত হোৱাত সহায় কৰিব৷ সাধাৰণ মানুহো ইয়াৰ ফলত উপকৃত হব৷

এই পৰিবৰ্তন কেতিয়াৰে পৰা বাস্তবায়িত হ’ব?

জি এছ টি কমোৱাৰ এই সিদ্ধান্ত ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰ হব৷ যদি আপুনি আপোনাৰ ছুটিৰ পৰিকল্পনা কৰিছে তেন্তে ২২ছেপ্টেম্বৰৰ পাছত বুকিং কৰক৷ এই পদক্ষেপক বহুতেই ৮বছৰ পূৰ্বে জিএছটি হাৰৰ ওপৰত লোৱা সিদ্ধান্তৰ এক গুৰুত্বপূৰ্ণ পৰিবৰ্তনো আখ্যা দিছে বহুতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.