• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

1 year ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

27 minutes ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

2 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

2 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

3 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

3 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

4 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

6 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

7 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

8 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ

editor by editor
September 4, 2025
in জীৱনশৈলী
0
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিঁচাপ
0
SHARES
574
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
UCO বেংকে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে সঞ্চয় প্ৰকল্পত দুৰ্দান্ত সুদ অফাৰ কৰিছে৷ UCO বেংকৰ FD প্ৰকল্প সম্পৰ্কে এই প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে৷ UCO বেংকৰ এনে এক এফ ডি প্ৰকল্প আছে য’ত কোনোৱে যদি মাত্ৰ ২লাখ টকা জমা কৰে, তেন্তে ম্যাদপূৰ্তিত ২৮,২০০ টকা সুদ পাব পাৰে৷ এই FDৰ বিশেষ বিষয় হৈছে ই গেৰাণ্টিসহ নিৰ্দিষ্ট সুদ দিয়ে৷ UCO বেংকত ৭দিনৰ পৰা ১০ বছৰৰ ম্যাদত এটা FD একাউণ্ট খুলিব পাৰে৷ UCO বেংকে গ্ৰাহকক FD-ত ২.৯০ শতাংশৰ পৰা ৭.৯৫ শতাংশ পৰ্যন্ত সুদ দিছে৷

৪৪৪ দিনৰ FDত সৰ্বোচ্চ সুদৰ হাৰ অফাৰ কৰিছে UCO বেংকে?

৪৪৪ দিনৰ বিশেষ FD স্কিমত UCO বেংকে সাধাৰণ নাগৰিকসকলৰ বাবে সৰ্বোচ্চ ৬.৪৫শতাংশ আৰু প্ৰবীণ নাগৰিকসকলৰ বাবে ৬.৯৫শতাংশ সুদ দিছে৷ UCO বেংকে তেওঁলোকৰ অৱসৰপ্ৰাপ্ত প্ৰবীণ কৰ্মীসকলক ৪৪৪ দিনৰ এফ ডি স্কিমত ৭.৯৫ শতাংশ সুদ দিছে৷ এইক্ষেত্ৰত জানি থোৱা উচিত যে ইউকো বেংকত তেওঁৰ অৱসৰপ্ৰাপ্ত প্ৰবীণ কৰ্মীসকলক ১ বছৰৰ কম ম্যাদৰ এফ ডি স্কিমত স্বাভাৱিকতকৈ ১.২৫ শতাংশ বেছি আৰু ১ বছৰৰ বেছি ম্যাদত এফ ডি স্কিমত স্বাভাৱিকতকৈ বেছি ১.৫০শতাংশ বেছি সুদ দিয়ে৷
২,০০,০০০ জমা কৰিলে ২৮,২০০ স্থিৰ সুদ
যদি এজন সাধাৰণ নাগৰিকে UCO বেংকত ২ বছৰৰ FDত ২ লাখ জমা কৰে তেন্তে ম্যাদপূৰ্তিত মুঠ ২,২৫,৯৬৫ টকা লাভ কৰিব৷ যাৰ ভিতৰত ২৫,৯৬৫টকা নিৰ্দিষ্ট সুদ অন্তৰ্ভুক্ত৷ যদি এজন প্ৰবীণ নাগৰিকে UCO বেংকত ২ বছৰৰ FDত ২লাখ টকা জমা কৰে তেন্তে তেওঁ ম্যাদপূৰ্তিত পাব মুঠ ২,২৮,২০০ টকা, য’ত কেৱল সুদ হিচাপেই পাব ২৮,২০০ টকা৷
৪৪৪ দিনৰ বিশেষ এফ ডি প্ৰকল্প ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান বেংকেও দিয়ে৷ ইয়াৰো সুদৰ হিচাপ সম্পৰ্কে জানি থওক সবিশেষ৷ SBIৰ ৪৪৪ দিনৰ অমৃত বৃষ্টি বিশেষ FDৰ অধীনত চিনিয়ৰ চিটিজেনসকলক ৭.১০ শতাংশ আৰু অন্যান্যসকলক ৬.৬০ শতাংশ সুদৰ হাৰ অফাৰ কৰে৷ যদি এজন চিনিয়ৰ চিটিজেনে ২ লাখ টকা বিনিয়োগ কৰে, তেন্তে ম্যাদপূৰ্তিত ২,১৭,৮৭৬ টকা পাব অন্যসকলে পাব ২,১৬,৫৭৭ টকা৷ ইণ্ডিয়ান বেংকৰ ৪৪৪ দিনৰ বিশেষ এফ ডিত সামান্য বেছি সুদ দিয়া হয়৷ চিনিয়ৰ ছিটিজেনক ৭.২০শতাংশ আৰু অন্যসকলৰ বাবে ৬.৭০শতাংশ৷ ২ লাখৰ বিনিয়োগৰ মাধ্যমেৰে এজন চিনিয়ৰ চিটিজেনে ম্যাদপূৰ্তিত পাব ২,১৮,১৩৭ টকা আৰু অন্যসকলে পাব ২,১৬,৮৩৭টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

October 10, 2026
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
Next Post
কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.