• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

11 months ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

11 minutes ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

57 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

2 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

3 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

4 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

5 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?

editor by editor
September 4, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কঁপাল খুলিব আদিত্য মঙ্গল যোগে! সুদিন উভতিব ৩ ৰাশিৰ, লাকী ৰাশি কি কি?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আসন্ন সময় উৎসৱৰ সময়৷ এই সময়তেই পৰিছে আদিত্যমঙ্গল ৰাজযোগ৷ এই ৰাজযোগৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ এফালে গ্ৰহৰ সেনাপতি মঙ্গল আৰু অন্যহাতে গ্ৰহৰাজ সূৰ্য৷ এই দুই যোগত আহিছে আদিত্যমঙ্গল ৰাজযোগ৷ এই যোগ অক্টোবৰ মাহত আছে৷ ১৭ অক্টোবৰত আছে আদিত্যমঙ্গল যোগ৷ এই যোগৰ ফলত একাধিক ৰাশি লাভাম্বিত হব৷ কোনে কোনে লাভ পাব এই যোগত?

মেষ ৰাশি

দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এইবাৰ শেষ হব৷ নতুন কোনো কাম এই সময়ত আৰম্ভ কৰিব পাৰে৷ যি ব্যক্তিয়ে নতুন কাম আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ বাবে এই সময়কাল খুবেই ভাল৷ ভাগ্যৰ সহায়তা লাভ কৰিব৷ প্ৰমোছনৰ প্ৰৱল সুযোগ পাব৷ যিকোনো কামতেই সাফল্য পাব৷ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ভালেই থাকিব৷

বৃষ ৰাশি

এই ৰাশিৰ জাতক জাতিকাই আইনী ক্ষেত্ৰত ভাল লাভ পাব৷ পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি চলা সমস্যা এইবাৰ দূৰ হব৷ বৃহস্পতিৰ দৃষ্টি পৰাৰ ফলত এইবাৰ নানান ধৰণৰ ৰোগৰ পৰা মুক্তি পাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে বিশেষ লাভ পাব৷ কেৰিয়াৰৰ দিশৰ পৰা এই সময় শুভ৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে লাভ পাব৷ সকলো দিশতে ভাগ্য খুলিব পাৰে৷

তুলা ৰাশি

এই সময়ত আদিত্য মঙ্গল ৰাজযোগে ভাল ফল দিব৷ জাতক জাতিকাই ভাগ্যৰ ভাল সংগ পাব৷ ৰৈ থকা টকা হাতলৈ আহিব৷ চাকৰিৰ বাবে এই সময়কাল খুবেই লাভদায়ী হব৷ কৰোবালৈ দীৰ্ঘ যাত্ৰাত গলে আপুনি লাভ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
Next Post
ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.