• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

1 year ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

2 minutes ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

26 minutes ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

1 hour ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

1 hour ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

2 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

4 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

5 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

5 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

6 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

editor by editor
September 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়
0
SHARES
403
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যপ্ৰদেশ হাইকৰ্টৰ জৱলপুৰ বেঞ্চে এক গুৰুত্বপূৰ্ণ ৰায়ত পুনৰায় স্পষ্ট কৰিছে যে, প্ৰাপ্তবয়স্ক নাৰীয়ে তেওঁৰ নিজৰ পছন্দৰ ব্যক্তিৰ সৈতে বসবাস কৰাৰ মৌলিক অধিকাৰ আছে৷ আদালতে জনাইছে যে এনে কোনো আইন নাই যি প্ৰাপ্তবয়স্ক আৰু স্বনিৰ্ধাৰিত মানসিক ক্ষমতাসম্পন্ন নাৰীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে ৰখাব পাৰিব৷ আনকি তেওঁ যদি বিবাহৰ পুৰুষৰ সৈতে থাকিব খোজে তেতিয়াও তেওঁক কোনোৱে ৰখাব নোৱাৰিব৷

ন্যায়াধীশ অমূল শ্ৰীধৰণ আৰু ন্যায়াধীশ প্ৰদীপ মিত্তলৰ সমন্বয়ত গঠিত ডিভিছন বেঞ্চে এই পৰ্যবেক্ষণ দিছে৷ ৰায়ত আদালতে মন্তব্য কৰে, ‘যদি সেই নাৰীয়ে পৰবৰ্তী সময়ত সেই পুৰুষক বিয়াও কৰায় সেয়া “non-cognizable offence” হ’ব৷ একমাত্ৰ প্ৰথম স্ত্ৰীয়ে তেতিয়া স্বামী আৰু দ্বিতীয় নাৰীৰ বিৰুদ্ধে দ্বিবিবাহৰ অভিযোগত গোচৰ কৰিব পাৰিব৷

আদালতত হাজিৰ হোৱা এজন ব্যক্তি( নাম প্ৰকাশৰ বাবে অনিচ্ছুক) এগৰাকী তৰুণীক তেওঁৰ পৰিয়ালে উভতাই নিব খুজিছিল৷ তৰুণীৰ বয়স ১৮ বছৰতকৈ বেছি বুলি নথিপত্ৰত নিশ্চিতও হয়৷ জনা গৈছে তেওঁ স্বেচ্ছাই এজন পুৰুষৰ সৈতে ঘৰ এৰিছিল৷ আদালতত প্ৰশ্নৰ উত্তৰত তৰুণীয়ে কয় যে তেওঁ নিজ ইচ্ছাৰে সেই ব্যক্তিৰ সৈতে থাকিব খোজে আৰু পিতৃ মাতৃৰ কাষলৈ তেওঁ উভতি যাব নিবিচাৰে৷

পিটিছনাৰ পক্ষৰ অধিবক্তা আয়ুষ শৰ্মাই যুক্তি দিয়ে, যিহেতু সেই পুৰুষ ইতিমধ্যেই বিবাহিত সেয়ে নাম প্ৰকাশত অনিচ্ছুক এই তৰুণীক ঘৰলৈ উভতি যোৱাৰ বাবে পৰামৰ্শ দিব লাগে৷ কিন্তু তেতিয়াই আদালতে স্পষ্টকৈ জনায় দিয়ে যে তৰুণী যদি প্ৰাপ্তবয়স্ত হয় তেন্তে তেওঁৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে৷ বেঞ্চত কোৱা হয়, ‘এগৰাকী প্ৰাপ্তবয়স্কক পশুৰ দৰে চালিত কৰিব নোৱাৰিব৷ নিজস্ব মন, চিন্তাশক্তি আৰু সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে৷ সেয়া সঠিক হওক বা ভুল তেওঁ কাৰ সৈতে থাকিব সেয়া নিজেই স্থিৰ কৰিব৷’

চৰকাৰী পক্ষৰ অধিবক্তা ডেপুটি এডভোকেট জেনেৰেল অভিজিৎ আওয়াস্থিয়ে আদালতক জনায়, আৰক্ষীৰ তথ্য অনুসৰি সেই পুৰুষে ইতিমধ্যেই তেওঁৰ প্ৰথম পত্নীক এৰি দিছে বা ডিভোৰ্ছৰ প্ৰক্ৰিয়াত আছে৷ এই তথ্য নথিভুক্ত কৰি আদালতে মন্তব্য কৰে যে কেৱলমাত্ৰ বিবাহিত হোৱাৰ কাৰণেই সেই পুৰুষৰ সৈতে নাম প্ৰকাশত অনিচ্ছুক তৰুণীয়ে বসবাস কৰিব নোৱাৰিব তেনে কোনো আইনগত বাধা নাই৷

ৰায়ত বেঞ্চে স্পষ্ট কৰি দিয়ে যে নৈতিকতাৰ প্ৰশ্ন আদালতৰ কাম নহয়৷ আইনমতে প্ৰাপ্তবয়স্ক নাৰীৰ স্বাধীনতা সুৰক্ষিত হব লাগে৷ আদালতে নিৰ্দেশ দিয়ে যে নাম প্ৰকাশত অনিচ্ছুক তৰুণী পিতৃ মাতৃৰ কাষলৈ উভতি যাবলৈ ৰাজী নহয় যেতিয়া তেওঁক জোৰ কৰাৰ অধিকাৰ পিতৃ মাতৃৰ নাই৷ তেওঁক মুক্ত কৰি দিয়ক৷

গোটেগাওঁ জিলা নাৰ্ছিংহপুৰৰ ডি এছ পি মানীশ ত্ৰিপাঠীৰ মাধ্যমেৰে আৰক্ষীক কোৱা হৈছে যে দুটা চৰ্তত তৰুণীৰ মুক্তি হব

  1. তৰুণীয়ে লিখিত অংগীকাৰ দিব লাগিব যে তেওঁ নিজ ইচ্ছাৰে সেই ব্যক্তিৰ সৈতে বসবাস কৰিছে৷
  2. সংশ্লিষ্ট পুৰুষেও লিখিতভাৱে স্বীকাৰোক্তি দিব লাগিব যে তেওঁ তৰুণীৰ সংগ গ্ৰহণ কৰিছে৷

এই চৰ্ত পূৰণ হলে আদালতৰ নিৰ্দেশমতে তৰুণীক মুক্তি দি তেওঁৰ নিৰ্বাচিত সংগীৰ কাষলৈ যাবলৈ দিয়া হব৷ ইয়াৰ সৈতে আদালতে গোচৰৰ নিষ্পত্তি কৰিব৷

আদালতৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

  • এগৰাকী প্ৰাপ্তবয়স্ক নাৰীয়ে তেওঁৰ পছন্দৰ ব্যক্তিৰ সৈতে বসবাস কৰাত কোনো আইনে বাধা দিব নোৱাৰে৷
  • নৈতিকতাৰ ওপৰত আদালতে ভাষণ দিব নোৱাৰে৷ আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা৷
  • যদি তেওঁ বিবাহিত পুৰুষক বিয়া কৰাই তেতিয়া কেৱলমাত্ৰ প্ৰথম স্ত্ৰীয়ে দ্বিবিবাহৰ গোচৰ তৰিব পাৰে৷
  • এই ৰায়ক আইনজগতত তাৎপৰ্যপূৰ্ণ হিচাপে চোৱা হৈছে কাৰণ ই পুনৰায় নিশ্চিত কৰে যে ব্যক্তিগত স্বাধীনতা আৰু প্ৰাপ্তবয়স্ক নাৰীৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই আইনগতভাৱে সৰ্বাধিক গুৰুত্বপূৰ্ণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
Next Post
ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.