• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

10 months ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

53 minutes ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 hour ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

5 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

8 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

10 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

10 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য

editor by editor
September 5, 2025
in জীৱনশৈলী
0
ভাৰতত কিয় ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়? জানক ইয়াৰ নেপথ্যৰ ইতিহাসসহ দিনটোৰ তাৎপৰ্য্য
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
  • ভাৰতত শিক্ষক দিৱস পালিত হয় ৫ ছেপ্টেম্বৰত৷
  • শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক সন্মান জনোৱাৰ বাবেই ৫ ছেপ্টেম্বৰৰ দিনটোক শিক্ষক দিৱস হিচাপে বাচি লোৱা হৈছে৷
  • জানি থওক এই দিনটোৰ নেপথ্যত থকা ইতিহাস৷

শিক্ষক হৈছে সমাজ গঢ়াৰ কাৰিগৰ৷ ভৱিষ্যৎ প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে শিক্ষকে৷ সমগ্ৰ বিশ্বত ৫ অক্টোবৰত আন্তৰ্জাতিক শিক্ষক দিৱস পালন কৰা হয়৷ কিন্তু ভাৰতত শিক্ষক দিৱস পালিত হয় ৫ ছেপ্টেম্বৰত৷ ভাৰতৰ প্ৰতি শিক্ষাক্ষেত্ৰত মহাসমাৰোহৰ সৈতে এই দিনটো পালন কৰা হয়৷ শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক সন্মান জনোৱাৰ বাবেই ৫ ছেপ্টেম্বৰৰ দিনটোক শিক্ষক দিৱস হিচাপে বাচি লোৱা হৈছে৷ জানক ইয়াৰ নেপথ্যৰ ইতিহাস?

শিক্ষক দিৱসৰ ইতিহাস

১৮৮৮ চনৰ ৫ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে৷ তেওঁৰ স্মৰণতেই এই তাৰিখটোক দেশজুৰি শিক্ষক দিৱসৰ ইতিহাস সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সৈতে সম্পৰ্কিত৷ ৰাধাকৃষ্ণণে চেন্নাইৰ প্ৰেছিডেন্সি কলেজ আৰু কলকাতা বিশ্ববিদ্যালয়সহ বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে৷ তেওঁ অন্ধ্ৰপ্ৰদেশ বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰে৷

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে যেতিয়া ১৯৬২ চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে, তেতিয়া তেওঁৰ ছাত্ৰসকলে ৫ ছেপ্টেম্বৰক এক বিশেষ দিন হিচাপে উদযাপন কৰাৰ অনুমতি বিচাৰে৷ কিন্তু ৰাধাকৃষ্ণণে সেই অনুৰোধত কয়, তেওঁৰ বিশেষ দিন হিচাপে উদযাপন কৰাৰ সলনি এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ নথৈ আনন্দিত হব৷ এনেকৈয়ে ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস পালিত হবলৈ আৰম্ভ হয়৷

শিক্ষক দিৱসৰ গুৰুত্ব

এই দিনটো সকলো শিক্ষকৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনোৱাৰ দিন৷ সমগ্ৰ দেশত ৫ ছেপ্টেম্বৰত স্কুল, কলেজ, উচ্চ শিক্ষা, প্ৰতিষ্ঠান, কোচিং চেণ্টাৰসহ সমস্ত শিক্ষাক্ষেত্ৰত ডক্টৰ ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়৷ এইদিনটোত শিক্ষকসকলক শুভেচ্ছা বাৰ্তা, কাৰ্ড, ফুল, মিঠাই আৰু উপহাৰ দি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
Next Post
নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

নৈতিকতাৰ পাঠ দিয়া আদালতৰ কাম নহয়, আদালতৰ দায়িত্ব আইনগত অধিকাৰ ৰক্ষা কৰা, স্বেচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে অন্য নাৰী, মধ্যপ্ৰদেশ হাইকৰ্টৰ যুগান্তকাৰী ৰায়

ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.