• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

3 years ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

20 minutes ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

54 minutes ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

2 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

3 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

3 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

4 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

14 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

15 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

15 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

15 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

editor by editor
December 8, 2022
in ভাৰত, ৰাজনীতি
0
মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুজৰাট বিধানসভা নিৰ্বাচনত বিজয় দাবী কৰা আম আদমী পাৰ্টীয়ে (আপ) শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। বৰ্তমানলৈ আপে ৫খন আসনত আগবাঢ়ি আছে। ইয়াতকৈয়ো উল্লেখনীয় খবৰ যে গুজৰাটত মুখ্যমন্ত্ৰীৰ বাবে আপে প্ৰক্ষেপ পৰা প্ৰাৰ্থী ইছুদান গাধৱীয়ো ধৰাশায়ী হৈছে বিজেপিৰ হাতত। ইতিমধ্যে পৰাজয়বৰণ কৰিছে মুখ্যমন্ত্ৰীৰ বাবে আপে প্ৰক্ষেপ পৰা প্ৰাৰ্থী ইছুদান গাধৱীয়ে। আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী ইচুদান গাধৱীয়ে তেওঁৰ নিজা আসনেই আসন বচাব নোৱাৰাটোৱে লজ্জাৰ কাৰণ বুলি এতিয়া সকলোৱে চৰ্চা কৰা পৰিলক্ষিত হৈছে। খাম্বলিয়া বিধানসভা সমষ্টিৰ পৰা ইচুদান গাধৱীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

ইচুদান গাধৱীৰ উপৰিও গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফলত আম আদমী পাৰ্টিৰ (আপ) আন দুজন ডাঙৰ নেতাও পৰাজিত হয়। পাতিদাৰ আন্দোলনৰ মূল গুৰি ধৰোতা আলপেছ কাথিৰিয়া আৰু আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি গোপাল ইটালিয়াও পৰাজিত হৈছে। আম আদমী পাৰ্টীয়ে পাতিদাৰসকলৰ দুৰ্গ হিচাপে বিবেচিত ভাৰাছা বিধানসভা আসনৰ পৰা আলপেছ কাথিৰিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। গোপাল ইটালিয়াক কাটাৰ্গম বিধানসভা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আপে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
Next Post
গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ...

হঠাতেই আছুৰ সভাপতি ৰ পৰা পদত্যাগ দীপাংক নাথৰ! ৰাজনীতি নে বিয়া, কোনটো সঁচা?

হঠাতেই আছুৰ সভাপতি ৰ পৰা পদত্যাগ দীপাংক নাথৰ! ৰাজনীতি নে বিয়া, কোনটো সঁচা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.