• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰাখণ্ডৰ পাছত এইবাৰ এইখন ৰাজ্যত UCC আইন

উত্তৰাখণ্ডৰ পাছত এইবাৰ এইখন ৰাজ্যত UCC আইন

2 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

36 minutes ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

54 minutes ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

1 hour ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

12 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

15 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

15 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উত্তৰাখণ্ডৰ পাছত এইবাৰ এইখন ৰাজ্যত UCC আইন

editor by editor
February 4, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
উত্তৰাখণ্ডৰ পাছত এইবাৰ এইখন ৰাজ্যত UCC আইন
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডৰ পাছত এইবাৰ এইখন ৰাজ্যত UCC আইন

উত্তৰাখণ্ডৰ পাছত এইবাৰ দেশৰ আন এখন ৰাজ্যত কাৰ্যকৰী হ’বলৈ গৈ আছে ইউনিফৰ্ম চিভিল কোড তথা ইউ চি চি(UCC) আইন। এইবাৰ ইউ চি চিৰ তালিকাত গুজৰাট।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ মন্ত্ৰী হৰ্ষ সংঘৱীয়ে এই বিষয় সন্দৰ্ভত সংযুক্তভাৱে সংবাদ মেলৰ আয়োজন কৰি এই বিষয়ে সদৰি কৰে। এই সংবাদমেতেই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।

কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয়, ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত বিশেষ কমিটিয়ো গঠন কৰে। এই কমিটিয়ে সকলো ধৰ্ম গুৰুৰ সৈতে আলোচনা কৰিহে শেষত ৰিপোৰ্ট দাখিল কৰিব।

https://www.thehindu.com/news/national/gujarat/gujarat-government-forms-panel-to-assess-need-for-ucc-draft-bill/article69179036.ece

এই ইউ চি চি সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় য়ে, দেশে বৰ্তমানে ভাৰতীয় সংবিধানৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন কৰি আছে। এনে সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকৰ সমান অধিকাৰৰ বাবে এই ইউ চি চি অনাৰ সিদ্ধান্ত লয়। সেই দিশতেই গতি কৰি উত্তৰাখণ্ডই ইতিমধ্যে সেই আইন কাৰ্যকৰী কৰিলে। এতিয়া আমাৰ চৰকাৰো সেই দিশে অগ্ৰসৰ।

এতিয়া নৱ গঠিত এই কমিটিয়ে অহা ৪৫ দিনৰ ভিতৰত এই ইউ চিচি সন্দৰ্ভত ৰিপোৰ্ট দাখিল কৰিব। সেই ৰিপোৰ্টৰ ওপৰতে ভিত্তি কৰি চিভিল কোড সন্দৰ্ভত সিদ্ধান্ত লোৱা হব। লগতে ইয়াকো কয় যে, এই আইন আহিলেও কিন্তু আদিবাসী সমাজৰ ৰীতি-নীতিৰ সংৰক্ষণ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gujratUCCUCC In GujratUniform Civil codeUttarakhand UCC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
Next Post
বোৱাৰীয়েই টাৰ্গেট, এজনী এজনীকৈ ৫জনী বোৱাৰীক অসমৰ পৰা নি বহিঃৰাজ্যত বিক্ৰি ৰামনাথ ৰয়ৰ, আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ চলাইছে মহিলা বিক্ৰিৰ বেহা?

বোৱাৰীয়েই টাৰ্গেট, এজনী এজনীকৈ ৫জনী বোৱাৰীক অসমৰ পৰা নি বহিঃৰাজ্যত বিক্ৰি ৰামনাথ ৰয়ৰ, আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ চলাইছে মহিলা বিক্ৰিৰ বেহা?

মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.