• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৱাৰীয়েই টাৰ্গেট, এজনী এজনীকৈ ৫জনী বোৱাৰীক অসমৰ পৰা নি বহিঃৰাজ্যত বিক্ৰি ৰামনাথ ৰয়ৰ, আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ চলাইছে মহিলা বিক্ৰিৰ বেহা?

বোৱাৰীয়েই টাৰ্গেট, এজনী এজনীকৈ ৫জনী বোৱাৰীক অসমৰ পৰা নি বহিঃৰাজ্যত বিক্ৰি ৰামনাথ ৰয়ৰ, আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ চলাইছে মহিলা বিক্ৰিৰ বেহা?

2 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

41 minutes ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

1 hour ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

1 hour ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

2 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

2 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

3 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

4 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

5 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

5 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

7 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

8 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বোৱাৰীয়েই টাৰ্গেট, এজনী এজনীকৈ ৫জনী বোৱাৰীক অসমৰ পৰা নি বহিঃৰাজ্যত বিক্ৰি ৰামনাথ ৰয়ৰ, আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ চলাইছে মহিলা বিক্ৰিৰ বেহা?

বোৱাৰীয়েই টাৰ্গেট, এজনী এজনীকৈ ৫জনী বোৱাৰীক অসমৰ পৰা নি বহিঃৰাজ্যত বিক্ৰি ৰামনাথ ৰয়ৰ, আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ চলাইছে মহিলা বিক্ৰিৰ বেহা?

editor by editor
February 4, 2025
in অপৰাধ, অসম
0
বোৱাৰীয়েই টাৰ্গেট, এজনী এজনীকৈ ৫জনী বোৱাৰীক অসমৰ পৰা নি বহিঃৰাজ্যত বিক্ৰি ৰামনাথ ৰয়ৰ, আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ চলাইছে মহিলা বিক্ৰিৰ বেহা?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী দুগৰাকী নহয় মুঠ ৫গৰাকীকৈ বোৱাৰীক বহিঃৰাজ্যত বিক্ৰি কৰিছে এজন যুৱকে৷ বোৱাৰী বিক্ৰিৰ সৈতে জড়িত ব্যক্তিৰ নাম ৰমানাথ ৰায় বুলি জানিবলৈ দিছে ধুবুৰী আৰক্ষী সূত্ৰই৷ কিন্তু কেনেকৈ মহিলাক বহিঃৰাজ্যলৈ নি বিক্ৰি কৰিছে সেই কথা জানিলে চকুঁ কঁপালত উঠিব আপোনাৰো৷

ধুৰন্দৰ ৰামনাথে কেনেকৈ একোগৰাকী বোৱাৰীক প্ৰলোভন দিয়ে? ঘটনাৰ বিৱৰণ দিছে স্থানীয় এগৰাকী ব্যক্তিয়ে৷ ধনজিৎ ৰায় নামৰ ব্যক্তিগৰাকীৰ পত্নীকো ধুৰন্দৰ ৰামনাথে বিক্ৰি কৰিছে৷ ৰামনাথে নিজকে আৰক্ষীৰ উচ্চপদস্ত বিষয়া হিচাপে পোনতে পৰিচয় দিয়ে৷ তাৰপিছতেই বিভিন্ন প্ৰলোভন দিয়ে বোৱাৰীসকলক৷ ৰামনাথৰ টাৰ্গেটেই বোৱাৰী৷

ধনজিতে ঘটনাৰ বিৱৰণ দিছে এনেদৰে, ‘মোৰ পত্নীক ডি এছ পিৰ প্ৰলোভন দি লৈ গৈছে ৰামনাথে৷ গুজৰাট, দিল্লী আদিলৈ নি বিক্ৰি কৰে বোৱাৰীসকলক৷ পূৰ্বেও ৫জনী বোৱাৰীক নি বিক্ৰি কৰিছে ৰামনাথে৷ ৰামনাথৰ লগত থকা মহিলা এজনীয়ে মোক এই তথ্য দিছে৷ ৰামনাথে মহিলাসকলক প্ৰলোভন দি লৈ নিজে ব্যৱহাৰ কৰি তাৰপাছত বিক্ৰি কৰে৷ দিল্লীৰ গুৰগাওঁত নি মহিলাসকলক বিক্ৰি কৰে ৰামনাথে৷’

উল্লেখ্য যে বহিঃৰাজ্যত বিক্ৰিৰ বলি হৈ তাৰপৰা পলায়ন কৰা তিনি মহিলাৰ তথ্যও ধনজিতে ডাঙি ধৰিছে আৰক্ষীৰ সন্মুখত৷ ধনজিতে আৰক্ষীক অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কাণসাৰ নিদিয়াত সংবাদমাধ্যমৰ কাষ চাপিছে ধনজিৎ৷ যিকোনো প্ৰকাৰে পত্নীক উদ্ধাৰ কৰি অসমলৈ উভতাই অনাৰ লগতে ধুৰন্দৰ ৰামনাথৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ধনজিতে৷ জানিব পৰামতে ৰামনাথ ৰায়ৰ বিৰুদ্ধে কেইবাটাও অপহৰণৰ গোচৰ লিপিবদ্ধ হৈ আছে আৰক্ষীৰ ওচৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

দৌলৰ পাছতেই এইবছৰৰ সকলোতকৈ ডাঙৰ গোচৰ! শনিৰ প্ৰভাৱত দুৰ্দান্ত সময় আহিব ৩ৰাশিৰ জাতকৰ

দৌলৰ পাছতেই এইবছৰৰ সকলোতকৈ ডাঙৰ গোচৰ! শনিৰ প্ৰভাৱত দুৰ্দান্ত সময় আহিব ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.