• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

1 hour ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

3 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

6 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?

editor by editor
February 4, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাকুম্ভত কোনো ডাঙৰ ঘটনা ঘটা নাই, মৃতকৰ সংখ্যাও বেছি নহয়! হেমা মালিনীৰ মন্তব্যক আপুনিও সঁচা বুলি ভাৱেনে?
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰপ্ৰদেশৰ যোগী চৰকাৰক লোকসভাত আক্ৰমণ কৰিলে সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱ৷ তেওঁৰ অভিযোগ, বিগত ২৯ জানুৱাৰী প্ৰয়াগৰাজত মহাকুম্ভত পদপিষ্টৰ ঘটনাত মৃতকৰ প্ৰকৃত পৰিসংখ্যা লুকুৱাইছে যোগী চৰকাৰে৷ এই অভিযোগৰ উত্তৰ দিছে BJP সাংসদ হেমা মালিনীয়ে৷ হেমা মালিনীয়ে স্পষ্টভাষাত কৈছে, ‘মহাকুম্ভৰ বিপৰ্যয় কোনো ডাঙৰ ঘটনা নহয়৷’

চৰকাৰী তথ্য অনুসৰি মহাকুম্ভত পদপিষ্ট হৈ মুঠ ৩০জনৰ মৃত্যু হৈছে৷ আহত হৈছে ৬০গৰাকী তীৰ্থযাত্ৰী৷ বহুতৰেই দাবী যে মৃতকৰ সংখ্যা ১০০ পাৰ হ’লেও অবাক হ’ব লগা একো নাই৷ কাৰণ তথ্য লুকুৱাইছে যোগী চৰকাৰে৷ সেইদিনা প্ৰায় ২০০ লোক গুৰুতৰভাৱে আহত হৈছে৷

https://x.com/ians_india/status/1886682272923041808

ৰাষ্ট্ৰপতিৰ বাজেট ভা,ণৰ ধন্যবাদ জ্ঞাপন কৰিবলৈ উঠি লোকসভাত মঙলবাৰে যোগী চৰকাৰৰ তুলাধুনা কৰিলে অখিলেশে৷ তেওঁৰ দাবী, ‘অবিলম্বে মৃত্যুৰ প্ৰকৃত পৰিসংখ্যা তুলি ধৰক উত্তৰপ্ৰদেশ প্ৰশাসনে৷ সমাজবাদী পাৰ্টিৰ লৈ অখিলেশ যাদৱে কয়, ‘বাজেট পৰিসংখ্যা চৰকাৰে দিলে আমি জানিলো৷ এইবাৰ দয়া কৰি মহাকুম্ভত পদপিষ্টৰ ঘটনাৰ মৃত্যুৰ প্ৰকৃত পৰিসংখ্যা দিয়ক৷ অবিলম্বে সৰ্বদল বৈঠক মাতি মহাকুম্ভৰ ব্যৱস্থাপনা সম্পৰ্কে সমস্ত তথ্য প্ৰকাশ্যে অনা প্ৰয়োজন৷ মহাকুম্ভৰ বিপৰ্যয় মোকাবিলাৰ দায়ভাৰ এইবাৰ সেনাৰ হাতত তুলি দিয়া উচিত৷’

মহাকুম্ভত জেছিবিৰে দাঙি দলিওৱা হৈছে মৃতদেহ৷ এই বিস্ফোৰক অভিযোগ তুলি অখিলেশ যাদৱে লোকসভাত কয়, ‘মহাকুম্ভত পদপিষ্ট হৈ কিমানৰ মৃত্যু হৈছে আহতসকলক কেনে ধৰণৰ চিকিৎসা কৰা হৈছে? চিকিৎসক, খাদ্য, পানী পৰিবহণৰ কি কি ব্যৱস্থা কৰা হৈছে সমস্ত তথ্য সংসদত দাঙি ধৰক৷ এই বিপৰ্যয়ৰ বাবে যিসকল দায়ী, যাৰ গাফিলতি আছে তেওঁলোকক চিহ্নিত কৰি অবিলম্বে কাঢ়া পদক্ষেপ লওক৷ যিসকলে সত্য লুকুৱাইছে তেওঁলোকৰ শাস্তি হোৱা উচিত৷’ শেষত অখিলেশৰ শেষত প্ৰশ্ন, ‘যদি ডাবল ইঞ্জিন চৰকাৰৰ কোনো গাফিলতি নাথাকে তেন্তে মৃত্যুৰ প্ৰকৃত পৰিসংখ্যা কিয় লুকুৱাই ৰখা হৈছে?’

https://x.com/Amockx2022/status/1886713585612562739

মহাকুম্ভৰ ঘটনাৰ পাছতেই সমাজবাদী পাৰ্টিৰ অভিযোগৰ তিৰ যোগী প্ৰশাসনলৈ৷ দলৰ সাংসদ ৰামগোপাল যাদৱে কয়, ‘১৫ হাজাৰ মানুহে জনাইছে যে তেওঁলোকৰ কোনোবা নহয় কোনোবা হেৰাইছে৷ চৰকাৰে কোনো সহায়ো কৰা নাই৷’ মহাকুম্ভৰ বিপৰ্যয়ক লৈ লোকসভা অধিবেশন উত্তপ্ত হোৱাৰ সময়তেই BJP সাংসদ হেমা মাহিলীয়ে কয়, ‘অখিলেশৰ কামেই ভুল বকা৷ আমিও কুম্ভত গৈছো৷ এটা ঘটনা ঘটিছে ঠিকেই, এয়া কিন্তু বহুত ডাঙৰ ঘটনা নহয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
দৌলৰ পাছতেই এইবছৰৰ সকলোতকৈ ডাঙৰ গোচৰ! শনিৰ প্ৰভাৱত দুৰ্দান্ত সময় আহিব ৩ৰাশিৰ জাতকৰ

দৌলৰ পাছতেই এইবছৰৰ সকলোতকৈ ডাঙৰ গোচৰ! শনিৰ প্ৰভাৱত দুৰ্দান্ত সময় আহিব ৩ৰাশিৰ জাতকৰ

১৩.৭ লাখ টকালৈকে দিব নালাগে কোনো কৰ! কেনেকৈ এই সুবিধা লাভ কৰিব?

১৩.৭ লাখ টকালৈকে দিব নালাগে কোনো কৰ! কেনেকৈ এই সুবিধা লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.