• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জাতপাতৰ অংক মূৰত ৰাখি গুজৰাট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা

জাতপাতৰ অংক মূৰত ৰাখি গুজৰাট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা

12 months ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

3 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

3 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

4 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

4 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

5 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

6 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

7 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

7 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

8 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

9 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জাতপাতৰ অংক মূৰত ৰাখি গুজৰাট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা

গুজৰাট মন্ত্ৰীসভাত ব্যাপক ৰদবদল, জাতপাতৰ অংক মূৰত ৰাখি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা

editor by editor
October 17, 2025
in জীৱনশৈলী, ৰাজনীতি
0
জাতপাতৰ অংক মূৰত ৰাখি গুজৰাট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাট মন্ত্ৰীসভাত ব্যাপক ৰদ-বদল৷ বৃহস্পতিবাৰে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি মন্ত্ৰীসভাৰ বাকী সদস্যসকলে বৃহস্পতিবাৰে পদত্যাগ কৰিছিল৷ তেতিয়াই জনা গৈছে যে মন্ত্ৰীসভাৰ নতুন সদস্যসকলে শুকুৰবাৰে শপত ল’ব৷ সেই মতেই শুকুৰবাৰে দুপৰীয়া গান্ধীনগৰৰ ৰাজভৱনত মুঠ ২৫ জন বিধায়কে মন্ত্ৰী হিচাপে শপত ল’ব৷ মন্ত্ৰী হিচাপে শপত ল’ব ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী তথা গুজৰাটৰ জামেনগৰ উত্তৰ কেন্দ্ৰৰ বিজেপি বিধায়ত ৰিভাবা জাদেজাও৷ নতুন মন্ত্ৰী হিচাপে শপত ল’লে মুঠ ১৯ জনে৷ ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পাছত গুজৰাটত উপমুখ্যমন্ত্ৰী নাছিল৷

শুকুৰবাৰে পুৱা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱৰাটৰ সৈতে দেখা কৰিছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে৷ ৰাজ্যপালত হাতত পদত্যাগী মন্ত্ৰী আৰু হ’বলগীয়া মন্ত্ৰীৰ তালিকা হাতত তুলি দিয়া হৈছে৷ বিজেপিৰ এক সূত্ৰৰ পৰা জনা গৈছে ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক নিৰ্দিষ্ট ৰাজনৈতিক কৌশল মানি মন্ত্ৰীসভাৰ সাল সলনি হ’ব৷ চলিত মাহত গুজৰাটৰ বিজেপি সভাপতি পদ দিয়া হৈছিল ৰাজ্যৰ মন্ত্ৰী জগদীশ বিশ্বকৰ্মাক৷ বিজেপিৰ এক পদ এক ব্যক্তি নীতি অনুসৰিয়েই জগদীশে নতুন মন্ত্ৰীসভাত স্থান নাপায়৷

গুজৰাট বিজেপিৰ সাংগঠিক আৰু প্ৰশাসনিক ৰদবদল অৱশ্যে নতুন নহয়৷ ২০১৪ৰ মে মাহত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁৰ উত্তৰসুৰি মনোনীত হৈছিল আনন্দীবেন পেটেল৷ কিন্তু ২০১৬ চনৰ আগষ্টত শীৰ্ষনেতৃত্বৰ নিৰ্দেশত ইস্তাফা দিছিল তেওঁ৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব পাইছিল বিজয় ৰূপানীয়ে৷ তেওঁৰ নেতৃত্বতেই ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি জয়ী হৈছিল বিজেপি৷ কিন্তু ২০২১ চনৰ ছেপ্টেম্বৰত দলীয় নেতৃত্বৰ নিৰ্দেশ মানি ইস্তাফা দিয়াৰ কথা তেওঁ ঘোষণা কৰে৷ জৈন সম্প্ৰদায়ৰ নেতা ৰূপানীৰ সলনি প্ৰভাৱশালী পেটেল জনগোষ্ঠীয় ভূপেন্দ্ৰক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয়৷ মন্ত্ৰীসভাৰ সালসলনিৰ পাছতেই ২০২২ চনৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰিছিল বিজেপি দলে৷ ২০২৭ চনৰ শেষপৰ্বত গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা৷ সেয়ে এইবাৰো নিৰ্বাচনৰ পূৰ্বেই বিজেপিয়ে নিজৰ মন্ত্ৰিসভাৰ সালসলনি আৰম্ভ কৰিছে বুলি বহুতে ধাৰণা কৰিছে৷

নতুন মন্ত্ৰিসভাও জাতপাতৰ অংক মূৰত ৰাখিয়ে কৰা হৈছে বুলি বহুতৰে ধাৰণা৷ নতুন মন্ত্ৰিসভাত ৮জন সদস্য অন্যান্য অনগ্ৰসৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত৷ ৬ জন গুজৰাটৰ প্ৰভাৱশালী পটীদাৰ গোষ্ঠীৰ মানুহ৷ ৪জন আদিবাসী সম্প্ৰদায়ভুক্ত৷ তিনিজন তফছিলি জনজাতিৰ মানুহ৷ মন্ত্ৰীসকলৰ মাজত দুজন ক্ষত্ৰিয় সম্প্ৰদায়ভুক্ত, এজন ব্ৰাহ্মণ আৰু এজন জৈন সম্প্ৰদায়ৰ৷

১৮২ বিধানসভা আসনবিশিষ্ট গুজৰাটত সৰ্বোচ্চ ২৭ জনক মন্ত্ৰী কৰা হৈছে৷ পূৰ্বে মন্ত্ৰিসভাত মুঠ ১৭ জন সদস্য আছিল মুখ্যমন্ত্ৰীক বাদ দি ৮ জন পূৰ্ণমন্ত্ৰী আৰু ৮ জন প্ৰতিমন্ত্ৰী আছিল৷ সেই দিশৰ পৰা চালে কেৱল মন্ত্ৰিসভাৰ ৰদবদলেই নহয় সম্প্ৰসাৰণো হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
Next Post
জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.