• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

10 months ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

8 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

9 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

10 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

11 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

12 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

13 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

14 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

editor by editor
October 17, 2025
in অসম, জীৱনশৈলী
0
জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমৰ জনতাক জনোৱা হ’ব, ধৈৰ্য্য ধৰক, ৰাজহুৱা কৰা হ’ব SITৰ প্ৰতিবেদন, কি কৈছে মুখ্যমন্ত্ৰীয়ে?
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পাৰিব অসমৰ প্ৰতিগৰাকী জনতাই৷

ছিংগাপুৰ আৰক্ষীৰ সৈতে অসম আৰক্ষীৰ হ’ব পোনপটীয়া বৈঠক৷

SITৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ’ব বুলি স্পষ্টকৈ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

কেনেকৈ, কি ঘটিছিল জুবিনৰ সৈতে, অসমৰ জনতাৰ বাবে SITৰ ৰিপৰ্টৰ প্ৰতিলিপি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা হ’ব৷

২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ’ব৷

ছিংগাপুৰ আৰক্ষীয়ে কেনেকৈ তদন্ত আৰম্ভ কৰিছে সেই বিষয়ে তেতিয়াহে আমি গম পাম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ৷

শুকুৰবাৰে পুৱাই ছিংগাপুৰ চৰকাৰে ভাৰত চৰকাৰলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে৷

অসমৰ জনতাই ছিংগাপুৰৰ পলিটিকেল লিডাৰৰ ফেছবুক টুইটাৰত কোনোধৰণৰ কমেণ্ট নকৰিবৰ বাবে অনুৰোধ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
Next Post
কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী

দীপাৱলিৰ পাছতেই মহালক্ষ্মী ৰাজযোগ, মা লক্ষ্মী আহিব ৪ ৰাশিৰ ঘৰত, উপচি পৰিব সম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন