• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী

12 months ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

40 minutes ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

1 hour ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

2 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

2 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

3 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

3 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

4 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

5 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

5 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

6 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

6 hours ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী

editor by editor
October 17, 2025
in অসম, জীৱনশৈলী, ৰাজনীতি
0
কংগ্ৰেছী আছিলো যদিও মনত খুব আঘাত পাইছিলো, কংগ্ৰেছ নেতৃত্ব ভূপেন হাজৰিকাৰ মৃত্যুতো দেৰিকৈ অসমলৈ আহিছিলঃ মুখ্যমন্ত্ৰী
0
SHARES
347
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমত উপস্থিত বিৰোধী নেতা ৰাহুল গান্ধী৷ ইতিমধ্যে ৰাহুলে সোনাপুৰস্থিত জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই নামপ্ৰসংগত অংশগ্ৰহণ কৰিছে৷ তাৰপিছতেই ৰাহুল ৰাওনা হৈছে জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসভৱনলৈ৷ কাহিলিপাৰাত থকা জুবিন গাৰ্গৰ পৰিয়ালক লগ কৰিব ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীৰ অসম আগমনক স্বাগতম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো৷

মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ আগমনক লৈ কয়- ২৮ দিন পাছত, দেৰিকৈ হ’লেও তেওঁ আহিছে সেয়ে তেওঁক স্বাগতম৷ এই অসম ভৱনক আমি আদৰণি জনাইছো৷ যেতিয়া ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল তেতিয়া মই কংগ্ৰেছত আছিলো৷ এটা কাৰণত তেতিয়া খুবেই দুখ লাগিছিল৷ কাৰণ ভূপেন হাজৰিকাক তিনিদিন জ’জ ফিল্ডত ৰখাৰ সময়ত কোনো এজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অহা নাছিল৷ পাছত নিজৰাপাৰাৰ ঘৰলৈ ৰাহুল গান্ধী আহিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
Next Post
দীপাৱলিৰ পাছতেই মহালক্ষ্মী ৰাজযোগ, মা লক্ষ্মী আহিব ৪ ৰাশিৰ ঘৰত, উপচি পৰিব সম্পদ

দীপাৱলিৰ পাছতেই মহালক্ষ্মী ৰাজযোগ, মা লক্ষ্মী আহিব ৪ ৰাশিৰ ঘৰত, উপচি পৰিব সম্পদ

কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী

কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.