• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী

কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী

8 months ago
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

18 minutes ago
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

38 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৰাশিফলে দিছে সৌভাগ্য উদয়ৰ ইংগিত!

4 hours ago
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

5 hours ago
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

6 hours ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

6 hours ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

7 hours ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

7 hours ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

8 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

9 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী

কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিন গাৰ্গ জীয়াই থাকিব অসমীয়াৰ আত্মাত, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী

editor by editor
October 17, 2025
in জীৱনশৈলী
0
কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী
0
SHARES
840
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসভৱনৰ পৰা সংবাদমাধ্যমক সম্বোধন ৰাহুল গান্ধীৰ৷ ৰাহুল গান্ধীয়ে শোকস্তব্ধ জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি কয়- খুব দুখেৰে আজি মই অসমলৈ আহিছো৷ জুবিন গাৰ্গ অসমৰেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰে সম্পদ আছিল৷ জুবিন গাৰ্গ আছিল কাঞ্চনজংঘা৷ মই ১৭ বছৰ পূৰ্বে ছিকিম গৈছিলো৷ তাতেই কাঞ্চনজংঘা পৰিদৰ্শন কৰিছিলো৷ কাঞ্চনজংঘা সৎ, তুলনাহীন৷ কাঞ্চনজংঘা ধুনীয়াই নহয়, কাঞ্চনজংঘা উজ্জল, কাঞ্চনজংঘাই স্পষ্টকৈ সকলোৰে সন্মুখত ধৰা দিয়ে৷ গৌৰৱে কৈছে জুবিনে নিজকে কাঞ্চনজংঘা কৈছিল৷ ময়ো কৈছো হয় জুবিন গাৰ্গ কাঞ্চনজংঘাৰ দৰেই উজ্জল৷

অসমে জুবিন গাৰ্গক লৈ সদায়ে গৌৰৱ কৰিছিল কৰি যাব৷ মই তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছো৷ আমি তেওঁৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছো জুবিন গাৰ্গৰ দৰে সত্বা দেশক উপহাৰ দিয়াৰ বাবে৷ মই জুবিন গাৰ্গৰ পিতৃক কৈছো তেওঁ যেন নিজৰ মনোবল ধৰি ৰাখে৷ আমি সকলো আছো তেওঁৰ কাষত৷ জুবিন গাৰ্গে অসমৰ বাবেই নহয় দেশকো বহু বাৰ্তা দি গৈছে৷ অসম আজি দুখত আছে, দুখত থাকিবলগীয়া কথাই, জুবিন গাৰ্গ আৰু কায়িকভাৱে নাই৷ অসমৰ প্ৰতিজন জনতাৰেই প্ৰেম আছিল জুবিন৷ জুবিন সকলোৰে ভালপোৱাত সদায়ে জীয়াই থাকিব৷

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰতাৰে আগবাঢ়ক৷ মই অসম চৰকাৰক অনুৰোধ জনাইছো যে, জুবিন গাৰ্গৰ মৃত্যু তদন্ত একদম নিকা হওক৷ জুবিন গাৰ্গে ন্যায় পাওক৷ অসমেই নহয় আমিও জানিব খোজো ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? পৰিয়ালকো জনাওক জুবিন গাৰ্গৰ সৈতে কি হৈছিল৷ তেওঁৰ পত্নী, পিতৃ, ভগ্নীয়েও আশাৰে ৰৈ আছে৷ মই কংগ্ৰেছ পাৰ্টিৰ হৈ অসমৰ প্ৰতিজন জনতাক জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সমবেদনা জনাইছো৷ জুবিন গাৰ্গৰ পৰিয়ালৰ বাবে যেতিয়াই যেনেকৈ থিয় দিব লাগে কংগ্ৰেছ দল থিয় দিব৷ We Love Zubeen Garg, #JusticForZubeenGarg, ধন্যবাদ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

June 15, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৰাশিফলে দিছে সৌভাগ্য উদয়ৰ ইংগিত!

June 15, 2026
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
Next Post
ধনতেৰছত লক্ষ্মীৰ কৃপা ৫ ৰাশিত, ব্ৰহ্মা যোগত কাৰ কাৰ হাতলৈ আহিব ধন, সৌভাগ্য তুংগত থাকিব কোন কোন ৰাশিৰ?

ধনতেৰছত লক্ষ্মীৰ কৃপা ৫ ৰাশিত, ব্ৰহ্মা যোগত কাৰ কাৰ হাতলৈ আহিব ধন, সৌভাগ্য তুংগত থাকিব কোন কোন ৰাশিৰ?

প্ৰতিদিনে মাত্ৰ ২২২ টকাকৈ বিনিয়োগ কৰি ৰিটাৰ্ণ পাব ১১ লাখ টকা, জানি থওক কি এই লাখপতি স্কিম?

প্ৰতিদিনে মাত্ৰ ২২২ টকাকৈ বিনিয়োগ কৰি ৰিটাৰ্ণ পাব ১১ লাখ টকা, জানি থওক কি এই লাখপতি স্কিম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.