• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোবৰেৰে লেপিলে নিজৰ টয়টা বাহনৰ বহিৰ্ভাগ! কাৰণ শুনিলে আপুনিও ক’ব ভাৰতীয় মহিলা বহু বুদ্ধিয়ক

10 months ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

1 hour ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

2 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

3 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

21 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

22 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

23 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

24 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

1 day ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গোবৰেৰে লেপিলে নিজৰ টয়টা বাহনৰ বহিৰ্ভাগ! কাৰণ শুনিলে আপুনিও ক’ব ভাৰতীয় মহিলা বহু বুদ্ধিয়ক

গোবৰেৰে লেপিলে নিজৰ টয়টা বাহনৰ বহিঃৰ্ভাগ! কাৰণ শুনিলে আপুনিও ক’ব ভাৰতীয় মহিলা বহু বুদ্ধিয়ক

editor by editor
March 18, 2025
in জীৱনশৈলী
0
গোবৰেৰে লেপিলে নিজৰ টয়টা বাহনৰ বহিৰ্ভাগ! কাৰণ শুনিলে আপুনিও ক’ব ভাৰতীয় মহিলা বহু বুদ্ধিয়ক
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰীষ্মকাল আহি আছে৷ গ্ৰীষ্মকালত শীতপ্ৰবাহৰ পৰা বাচিবলৈ বাহনেৰে যাত্ৰা কৰা যাত্ৰীয়েও অনবৰতে বাহনত এ চি অন ৰাখিবলগীয়া হয়৷ এ চি অন কৰা মানেই ইন্ধনো বেছি লাগে৷ গ্ৰীষ্ম প্ৰবাহৰ পৰা বাচিবলৈ বাহনত এচি লগোৱাৰ পৰিবৰ্তে এক বিকল্প ব্যৱস্থা নিজেই কৰি লৈছে এগৰাকী মহিলাই৷ নিজৰ বাহনৰ চাৰিওদিশে মহিলাগৰাকীয়ে দি লৈছে গোবৰৰ প্ৰলেপ৷ গোবৰৰ প্ৰলেপ দিলে এয়াৰ কণ্ডিচনাৰ অবিহনেও শীতলতা অনুভৱ কৰিব বুলি জনাইছে মহিলাগৰাকীয়ে৷

চেজল শ্বাহ নামৰ মহিলাগৰাকীয়ে টয়টাৰ এল্টিছ বাহনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি এই তথ্য দিছে৷ তেওঁৰ এই ফটো দেখা মাত্ৰকেই সামাজিক মাধ্যমত আৰম্ভ হৈছে চৰ্চা৷ বগা টয়োটাৰ বাহনখনৰ চাৰিওফালে লেপি দিয়া হৈছে গোবৰৰ প্ৰলেপ৷ মাজে মাজে গোবৰৰ প্ৰলেপেৰেই ফুলো আঁকি দিয়া হৈছে৷

তেওঁৰ মতে গোলকীয় উষ্ণতা বৃদ্দিয়ে বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে যাৰবাবে এইধৰণে তেওঁ এয়াৰ কণ্ডিছনৰ সলনি নিজা আইডিয়াৰে বাহনখন শীতল কৰা বুলিও মন্তব্য প্ৰকাশ কৰিছে৷

সংবাদ সংস্থা এ এন আইক কয় যে এই বাহনখনে তেওঁকেই শীতলতা অনুভৱ কৰোৱা নাই৷ তেওঁ এইদৰে প্ৰলেপ দিয়াৰ বাবে প্ৰদূষণ ৰোধতো ই সহায়ক হৈছে৷ আমাৰ বাহনত এ চি ব্যৱহাৰ কৰাৰ সময়ত নিৰ্গত হোৱা ক্ষতিকাৰক গেছে উষ্ণতা বৃদ্ধি কৰে আৰু গোলকীয় উষ্ণতা বৃদ্ধিতো অৰিহনা যোগাই৷ তেওঁ লগতে কয় যে, এই ধাৰণাটো তেওঁৰ মনলৈ আহিছে ঘৰৰ বেৰসমূহত দি থোৱা গোবৰৰ প্ৰলেপৰ পৰা৷ গোবৰেৰে লেপি ৰখা ঘৰত পকী ঘৰতকৈ গৰম কম হয়৷ সেয়ে তেওঁ বাহনত এনে প্ৰলেপ দিছে৷ গোবৰৰ প্ৰলেপে গ্ৰীষ্মকালত শীতল আৰু শীতকালত উষ্ণ কৰি ৰখাত সহায় কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

January 17, 2026
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026
জীৱনশৈলী

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
জীৱনশৈলী

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

January 17, 2026
Next Post
কম দামত সোণ কিনিবলৈ ডুবাই, ছৌদি যাব নালাগে, আমাৰ ৰাজ্যৰ গাতে লাগি থকা এই দেশত একেবাৰে সস্তা সোণৰ দাম, কেনেকৈ ক্ৰয় কৰিব?

ঔৰঙ্গজেৱ বিতৰ্কক লৈ কঁপিছে মহাৰাষ্ট্ৰ, ১০টাকৈ এলেকাত জাৰি কাৰ্ফিউ, গ্ৰেপ্তাৰ ১৫গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন