• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোচনীয় পৰাজয়ৰ অন্ততো কেজৰিৱালৰ মুখত হাঁহি! আজিৰে পৰা ৰাষ্ট্ৰীয় দল হ’ল আম আদমী পাৰ্টী…

শোচনীয় পৰাজয়ৰ অন্ততো কেজৰিৱালৰ মুখত হাঁহি! আজিৰে পৰা ৰাষ্ট্ৰীয় দল হ’ল আম আদমী পাৰ্টী…

4 years ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

23 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

3 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

4 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

4 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

23 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শোচনীয় পৰাজয়ৰ অন্ততো কেজৰিৱালৰ মুখত হাঁহি! আজিৰে পৰা ৰাষ্ট্ৰীয় দল হ’ল আম আদমী পাৰ্টী…

editor by editor
December 8, 2022
in ভাৰত, ৰাজনীতি
0
শোচনীয় পৰাজয়ৰ অন্ততো কেজৰিৱালৰ মুখত হাঁহি! আজিৰে পৰা ৰাষ্ট্ৰীয় দল হ’ল আম আদমী পাৰ্টী…
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৃহস্পতিবাৰে ঘোষণা হোৱা দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনতেই দৃষ্টি আবদ্ধ হৈ আছিল দেশবাসীৰ। গুজৰাটত ২৭ বছৰৰ শাসনৰ পিছত পুনৰ এবাৰ অভিলেখ গঢ়ি বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে বিজেপি। দেশৰ দুই মুখ্য নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত বিজেপিৰ এই বিজয়ে বিজেপিৰ নেতা-কৰ্মী সকলক উৎফুল্লিত কৰিছে। হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিগত ৫ বছৰীয়া চৰকাৰৰ অৱসান ঘটাই এইবাৰ জয়ৰ ধ্বজা উৰুৱাইছে কংগ্ৰেছ দলে। ইতিমধ্যে হিমাচলত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগো কৰিছে জয়ৰাম ঠাকুৰে।

এই সকলোবোৰৰ মাজত দুয়োখন ৰাজ্যৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিক লৈ দেশজুৰি চৰ্চা। হিমাচল প্ৰদেশত আম আদমী পাৰ্টীয়ে এখনো আসন লাভ কৰিব নোৱাৰাৰ বিপৰীতে গুজৰাটতো মাত্ৰ ৭ খন আসনতেই যুঁজ সামৰে। কিন্তু এই পৰাজয়ৰ অন্ততো হাঁহিমুখে কেজৰিৱালে সম্বোধন কৰিছে দেশবাসীক।
গুজৰাট আৰু দেশবাসীক ধন্যবাদো জ্ঞাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’ডিয়াই। আপে গুজৰাটত ভাল ফলাফল দেখুওৱাব নোৱাৰিলেও এই ফলাফলক লৈ যথেষ্ট সুখী অৰবিন্দ কেজৰিৱাল। কিয়নো ২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত আপে ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও এখনতো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

কিন্তু এইবাৰ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ আম আদমী পাৰ্টীয়ে গুজৰাটত ১২ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। গুজৰাট নিৰ্বাচনত বিজেপি বনাম আপৰ যুঁজ হ’ব বুলি পূৰ্বেই ঘোষণা কৰিছিল অৰবিন্দ কেজৰিৱালে। সেই কথা সঁচা প্ৰমাণিত নহ’ল যদিও ২ শতাংশ ভোট লাভ কৰিলে আপে। এই ৭ খন আসন লাভেৰে আপে দেশবাসীৰ মাজত ৰাষ্ট্ৰীয় দল হিচাপেও চিনাকি হৈ পৰিল।

উল্লেখ্য যে, এটা দলক ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰিবলৈ ৪ খন ৰাজ্যৰ ৰাজ্যিক দল হিচাপে চিহ্নিত হোৱা জৰুৰী। আনহাতে এটা দল ৰাজ্যিক দল হ’বলৈ হ’লে নিৰ্বাচনত কমেও ৬ শতাংশ ভোট আৰু ২ খন আসনত জয়লাভ কৰাটো বাধ্যতামূলক। বৰ্তমান দিল্লী আৰু পঞ্জাৱত আম আদমী পাৰ্টীয়ে শাসন চলাই আছে। আনহাতে শেহতীয়া গোৱা বিধানসভা নিৰ্বাচনতো দলটোৱে আশানুৰূপ প্ৰদৰ্শন কৰি ৰাজ্যিক দল হিচাপে পৰিচয় লাভ কৰিছিল। তাৰ পিছতে গুজৰাটতো দলটোৱে এই দেওনা অতিক্ৰম কৰি এতিয়া ৰাষ্ট্ৰীয় দলৰ পৰিচয় লাভ কৰিছে। যাৰ বাবে গুজৰাটত পৰাজিত হৈও এতিয়া সন্তুষ্টিৰ হাঁহি মাৰিছে অৰবিন্দ কেজৰিৱালে।

মনীষ ছিছ’ডিয়াই টুইটযোগে গুজৰাটবাসীক ধন্যবাদ জনায় কয় যে এতিয়া আম আদমী পাৰ্টী ৰাষ্ট্ৰীয় দল হৈ পৰিছে। এতিয়াৰে পৰা স্বাস্থ্য আৰু শিক্ষা এক ৰাষ্ট্ৰীয় বিষয় হিচাপে পৰিগণিত হ’ব বুলিও প্ৰকাশ কৰিছে দলটোৰ নেতৃবৰ্গই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
Next Post
মৌলানা চাচাই হেপাঁহত আঁকি দিলে চুমা, চুমাটোৱেই খেলিলে খেলা! কি হৈছিল আজমল আৰু কংগ্ৰেছী নেতাৰ মাজত, সবিশেষ…

মৌলানা চাচাই হেপাঁহত আঁকি দিলে চুমা, চুমাটোৱেই খেলিলে খেলা! কি হৈছিল আজমল আৰু কংগ্ৰেছী নেতাৰ মাজত, সবিশেষ...

ভূপেন বৰাক কবি বুলিব পাৰিনে? নতুন কবিতাৰে কি কৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই…

ভূপেন বৰাক কবি বুলিব পাৰিনে? নতুন কবিতাৰে কি কৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.