• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭৪ ৰ ভিতৰত এতিয়ালৈকে বিজয় ৰূপানীসহ ৪৭ পৰিয়ালে লাভ কৰিলে আত্মীয়ৰ নিথৰ দেহ

10 months ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

18 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

53 minutes ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

1 hour ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

2 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

3 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

4 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

5 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৭৪ ৰ ভিতৰত এতিয়ালৈকে বিজয় ৰূপানীসহ ৪৭ পৰিয়ালে লাভ কৰিলে আত্মীয়ৰ নিথৰ দেহ

editor by editor
June 16, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
২৭৪ ৰ ভিতৰত এতিয়ালৈকে বিজয় ৰূপানীসহ ৪৭ পৰিয়ালে লাভ কৰিলে আত্মীয়ৰ নিথৰ দেহ
0
SHARES
341
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৭৪ ৰ ভিতৰত এতিয়ালৈকে বিজয় ৰূপানীসহ ৪৭ পৰিয়ালে লাভ কৰিলে আত্মীয়ৰ নিথৰ দেহ

কিমান ভয়াৱহ হব লাগিব সেই বিমান দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱাই বিমানৰ যাত্ৰী সহ অন্য লোকো। সৰ্বমুঠ ২৭৪ গৰাকী লোকে হেৰুৱাই প্ৰাণ। তাকো ইমানেই ভয়ংকৰ ভাৱে প্ৰাণ হেৰুৱাই যে কাৰ কোনটো মৃতদেহ সেয়া চিনি উলিওৱাটো টান ।

যাৰ বাবে ডি এন এ ৰ সহায় লৈ টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হৈছে কেইবাগৰাকী লোকক। ইয়াৰ ভিতৰত আছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহো। এতিয়ালৈকে মুঠ ৮৭গৰাকী লোকক ডি এন এৰ জৰিয়তে চিনাক্ত কৰি তাৰে ভিতৰত ৪৭ টা মৃতদেহ গতাই দিয়া হৈছে পৰিয়ালৰ লোকৰ হাতত।

প্ৰথম অৱস্থাত বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাছিল। কালি দেওবাৰ ১৫ জুন তাৰিখেহে চিনাক্ত কৰিব পৰা যায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃতদেহ।

এই ডি এন এ পৰীক্ষাৰ বাবে হাস্পতালে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলো লোকৰে পৰিয়ালৰ পৰা ডি এন এ সংগ্ৰহ কৰি এই প্ৰক্ৰিয়া আগবঢ়াইছে।

পৰিয়ালক গতাই দিয়া ৪৭ টা মৃতদেহ ঘৰ গুজৰাটৰে বিভিন্ন অঞ্চলৰ। যাৰ বাবে সহায় হৈছে পৰিয়ালক মৃতদেহ কেইটা উভটাই দিয়াত। ইয়াৰ বাহিৰে অন্য কেইজনৰ ঘৰ গুজৰাটৰ বাহিৰত হোৱাৰ বাবে প্ৰক্ৰিয়া কিছু পলম হৈছে। আনহাতে ডি এন এ পৰীক্ষা কৰা হাস্পতালে কয় যে, সৰহ সংখ্যকৰে মৃতদেহ বুলিবলৈ নাই, কেৱল জ্বলি ৰৈ যোৱা অৱশিষ্ট হে উভতাই দিছে, যিয়ো এক অতিকে শোকবিহ্বল কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ahmedabad TragedyDNA TestGujrat Flight Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
Next Post
দৈনিক ৰাশিফল, আজি আহাৰ মাহৰ প্ৰথমটো মঙলবাৰ, প্ৰীতি যোগত কাৰ কিমান সাফল্য

কৰ’ণাত এদিনতে দেশৰ সৰ্বাধিক লোকৰ মৃত্যু, লাহে লাহে ভাৰতত খোপনি পুতিবলৈ ধৰিছে কৰ’ণাই

কৰ'ণাত এদিনতে দেশৰ সৰ্বাধিক লোকৰ মৃত্যু, লাহে লাহে ভাৰতত খোপনি পুতিবলৈ ধৰিছে কৰ'ণাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন