• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

1 year ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

3 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

4 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

4 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

5 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

5 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

6 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

8 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

8 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

10 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

24 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

editor by editor
July 4, 2025
in অসম, জীৱনশৈলী
0
ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন
0
SHARES
878
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুণগুণৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই কঠিয়া যোগান ধৰিব লগা হ’ল প্ৰশাসনে৷

অৱশেষত প্ৰশাসনে গুণগুণহঁতক যোগান ধৰিছে কঠিয়া৷

উচ্ছেদৰ পাছতেই ক্ষতিপূৰণ হিচাপে এই কঠিয়া যোগান ধৰা হৈছে পৰিয়ালটোক৷

উচ্ছেদৰ নামত তহিলং কৰা হৈছিল খেতিয়ক পৰিয়ালটোৰ সমস্ত কঠিয়া৷

তাৰপিছতেই ফেচবুকত বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি এই তথ্য প্ৰকাশ কৰিছিল গুণগুণ নামৰ কৃষককন্যা গৰাকীয়ে৷

বানে জুৰুলা কৰা পৰিয়ালসমূহে সেই স্থানত খেতি কৰি আহিছিল৷

সেই কৃষিভূমিত উচ্ছেদ চলাবৰ বাবে জাননি দিছিল প্ৰশাসনে৷

প্ৰশাসনৰ সেই জাননী লাভ কৰাৰ পাছতেই খেতিয়ক পৰিয়ালটোৱে কঠিয়াখিনি তুলিবলৈ কিছু সময় বিচাৰিছিল প্ৰশাসনৰ পৰা৷

কিন্তু প্ৰশাসনে সেই অনুৰোধ নাৰাখি কঠিয়াতলিখিনি বুলডোজাৰ চলাই ধ্বংস কৰে৷

প্ৰশাসনে কঠিয়া দিনাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক পৰিয়ালটোৱে৷

প্ৰশাসনে কঠিয়া যোগান ধৰাৰ ধন্যবাদ জ্ঞাপন কৰিছে কৃষক পৰিয়ালটোৱে৷

কিন্তু কঠিয়া উচ্ছেদ নকৰো বুলি কৈ মণ্ডলে কিয় এই কঠিয়াডৰা উচ্ছেদ কৰিলে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে কৃষক পৰিয়ালটোৱে৷

প্ৰশাসনৰ এই ভূমিকাক সাপ হৈ খুঁটি বেজ হৈ জৰা বুলিও কৈছে কৃষক পৰিয়ালটোৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
Next Post
৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.