• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

1 year ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

8 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

9 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

9 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

11 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

11 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

12 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

13 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

14 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

15 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

editor by editor
July 4, 2025 - Updated on July 6, 2025
in জীৱনশৈলী
0
৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি কৰ্মফলদাতা শনিদেৱ অন্যান্য গ্ৰহৰ তুলনাত বহুপৰিমাণে পৃথক৷ তেওঁ জাতকক কৰ্মৰ ভিত্তিত দণ্ড দান কৰে৷ শনিদেৱ এটা এটা ৰাশিৰ জাতক জাতিকাৰ জন্মকুণ্ডলীত যেনেকৈ অৱস্থান কৰে তেনেকৈয়ে ফলো দিয়ে৷

উল্লেখ্য যে শনিদেৱে এই সময়ত মীন ৰাশিৰ বিৰাজমান হৈ আছে৷ মীন ৰাশিত শনিদেৱ ২০২৭ চন পৰ্যন্ত থাকিব৷ শনিৰ এই অৱস্থানৰ ফলত কোনোবা নহয় কোনোবা গ্ৰহৰ সৈতে সংযোগ হব৷ যাৰ ফলত ৬ জুলাইৰ পৰা তৈয়াৰ হব ত্ৰি একাদশ যোগ৷ সেই দিনাই শনি আৰু শুক্ৰ লাভদৃষ্টিত থাকিব৷ তাৰ ফলত তৈয়াৰ হব এই যোগ৷ কোন কোন ৰাশিৰ জাতক লাকী? জানি থওক লাকী ৰাশি কি কি?

বৃষ ৰাশি

এই ৰাশিৰ জাতক জাতিকাই সকলো ক্ষেত্ৰতেই লাভ পাব পাৰে৷ এই ৰাশিৰ লগ্নভাৱত শুক্ৰ আৰু একাদশ ঘৰত শনিদেৱ বিৰাজমান৷ প্ৰতিটো ৰাশিৰ জাতক জাতিকাই এই সময়ত অপাৰ সাফল্য লাভ কৰিব৷ শিক্ষা ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলা সমস্যা এই দূৰ হব৷ এই সময়ত শিল্প আৰু সাহিত্যৰ সৈতে জড়িত বিদ্যাৰ্থীসকলে লাভ পাব৷ জীৱনত বহুদিন পাছত সকলোবোৰ ঠিক ধৰণে আগুৱাব৷ নেতিবাচক ভাৱনা দূৰ হব৷ যোগ আছে সম্পদ প্ৰাপ্তিৰো৷ ব্যৱসায়ত লাভ পাব৷ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ ফলত লাভ পাব৷ পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ ধনৰ অভাৱো দূৰ হব৷

কৰ্কট ৰাশি

কৰ্মসূত্ৰে কৰোবালৈ যাত্ৰা কৰিব পাৰে৷ জীৱনত নানান সমস্যা থাকিলে এই সময়ত শেষ হব৷ আপুনি কোনো দিশৰ পৰা বিশেষ লাভ পাব পাৰে৷ চাকৰিত চলা সমস্যাৰ পৰা মুক্তি পাব৷ কৰোবাত ৰৈ থকা ধন উভতাই পাব৷ আমদানি বাঢ়িব৷ বহু ধৰণৰ ইচ্ছা পূৰণ হব পাৰে এই সময়ত৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে লাভ পাব৷

তুলা ৰাশি

এই ৰাশিৰ জাতক জাতিকাৰ বাবে শনিদেৱ আৰু শুক্ৰই তৈয়াৰ কৰা ত্ৰি একাদশ যোগ খুবেই কাৰ্যকৰী প্ৰমাণিত হব৷ এই সময়ত ভাগ্যৰ সম্পূৰ্ণ সহযোগিতা পাব৷ আলস্য ভাৱ দূৰ হৈ কৰ্মত আগুৱাব৷ চাকৰি ক্ষেত্ৰত যদি আপুনি পৰিশ্ৰম কৰি আছে তেন্তে বিপুল লাভ পাব৷ কাৰ্যক্ষেত্ৰত আপোনাৰ পৰিস্থিতি খুবেই মজবুত হব৷ আপোনাৰ বিৰোধী আপোনাৰ হাতত পৰাস্ত হব৷ শাৰীৰিক সমস্যাৰ পৰা মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 31, 2026
Next Post
নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

নিদাৰুণ সময়! কইনা আনিবলৈ গৈ আদবাটতেই শেষ হ’ল দৰাসহিতে ৮ জনৰ জীৱন, পঢ়ক সমগ্ৰ ঘটনাৰ বিৱৰণ

ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ  চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

ৰীল লাইফল কিয় অভিনেত্ৰীৰ সৈতে চুম্বনৰ দৃশ্য নকৰে ছলমান খানে? পৰ্দাত ভাইজানৰ চুম্বন অনীহাৰ কাৰণ জনালে ভাতৃ আৰবাজে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.