• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Guru Nanak Jayanti: জানি থওক গুৰু নানকৰ ১০টা বাণী, যিয়ে আপোনাক প্ৰতিটো খোজতেই সহায় কৰিব

Guru Nanak Jayanti: জানি থওক গুৰু নানকৰ ১০টা বাণী, যিয়ে আপোনাক প্ৰতিটো খোজতেই সহায় কৰিব

3 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

13 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

13 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

14 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

14 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

15 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

16 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

16 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

17 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

17 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

18 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

19 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Guru Nanak Jayanti: জানি থওক গুৰু নানকৰ ১০টা বাণী, যিয়ে আপোনাক প্ৰতিটো খোজতেই সহায় কৰিব

editor by editor
November 27, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
Guru Nanak Jayanti: জানি থওক গুৰু নানকৰ ১০টা বাণী, যিয়ে আপোনাক প্ৰতিটো খোজতেই সহায় কৰিব
0
SHARES
950
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি গুৰু নানকৰ জন্মদিন। সমগ্ৰ বিশ্বজুৰি এই দিনটোক পালন কৰা হয়। ভাৰতৰ ওপৰিও পৃথিৱীৰ নানান দেশত শিখ ধৰ্মৰ মানুহে এই দিনটোক পালন কৰে। আজি গুৰু নানকৰ জয়ন্তীত জানি থওক তেওঁৰ কেইটামান অমূল্য বাণী।

২৭ নৱেম্বৰ ২০২৩ সোমবাৰে কাৰ্তিক পূৰ্ণিমা তিথিত পালিত হয় গুৰু নানকৰ জন্মদিন। এই দিনটোত বিশ্বৰ নানান প্ৰান্তত গুৰু নানকৰ জয়ন্তী হিচাপে পালন কৰে। গুৰু নানকৰ ১০ টা অমূল্য উপদেশ জানি থওক।

১) গুৰু নানকে কৈছিল, ‘ঈশ্বৰ আৰু মানুহ পৃথক নহয়। মানুহৰ প্ৰতি ভালপোৱা পুঁহি ৰাখিলেই আপুনি ঈশ্বৰক লগ পাব।

২) সমাজত ধনী দৰিদ্ৰৰ বৈষম্য আজি যেনেদৰে আছে, আজিৰ পৰা ৫০০ বছৰ পূৰ্বেও আছিল। গুৰু নানকৰ বয়স তেতিয়া ১২ বছৰ। তেওঁক তেওঁৰ পিতৃয়ে সেই সময়ত ২০ টকা দিছিল ব্যৱসায়ৰ বাবে। কিশোৰ নানকে সেই ধনেৰে প্ৰচুৰ পৰিমানে খাদ্য কিনি দুখীয়াসকলৰ মাজত বিলাই দিছিল। তেওঁৰ পিতৃতে টকা কি কৰিলে বুলি সোধাত গুৰু নানকে পিতৃক কৈছিল, এয়াই প্ৰকৃত ব্যৱসায়। আজিও গুৰুনানকৰ ওপজা দিনত দুখীয়সকলৰ মাজত খাদ্য বিতৰণ কৰা হয়।

৩) ধৰ্ম এটাই আছে, সেয়া হৈছে মানৱ ধৰ্ম। হিন্দুু, মুছলমান বুলি একো নাই।

৪) গুৰু নানকে হৰিদ্বাৰ ভ্ৰমণলৈ যাওতে দেখিছিল, গংগাৰ পাৰত মানুহে থিয় হৈ সূৰ্যৰ দিশেৰে মুখ কৰি অঞ্জলি দিছে। কাৰণ তেওঁলোকৰ বিশ্বাস পূৰ্বদিশে স্বৰ্গৰ দ্বাৰ আছে। গুৰু নানকে তেতিয়া গংগাৰ পানী লৈ পশ্চিম ফালে অঞ্জলি দিবলৈ গ’ল। গুৰু নানকৰ এই কাণ্ড দেখি তাত থকা একাংশই ক্ষোভেৰে কৈছিল, যদি তোমালোকৰ গংগাজল স্বৰ্গ গৈ পাব পাৰে তেন্তে মই পশ্চিমৰ ফালে দিয়া গংগাজল কেনেকৈ পঞ্জাৱ যাব। পঞ্জাৱতো স্বৰ্গৰ ওচৰতেই আছে।’

৫) গুৰু নানকে দেখিছিল যে বহুতেই ধৰ্মস্থানত ছোৱালীৰ প্ৰৱেশ নিষেধ কৰি ৰাখে। এই কামত তেওঁ মনত আঘাত পায়। তেওঁ শিখ সম্প্ৰদায়ৰ মহিলাসকলক গুৰুদ্বাৰত যোৱাৰ অনুমতি দিয়ে।

৬) সকলোৰে মন উদাৰ কৰাৰ বাৰ্তা দিছিল নানকে। তেওঁ কয়, ‘জংঘলৰ মাজত পোহৰৰ বাৰ্তা নাপাব। সেয়ে উদাৰ হওক।’

৭) আমাৰ সকলোৰে জীৱনত পাঁচ শত্ৰু থাকে। এই পাঁচ শত্ৰু চিহ্নিত কৰিছিল গুৰু নানকে। এই পাঁচ শত্ৰু হৈছে অভিমান, খং, লোভ, সংযুক্তি আৰু আকাংক্ষা।

৮) জীৱন পথত আগুৱাই যাবলৈ সঠিক পথ বিচাৰি লোৱাৰ প্ৰয়োজনীয়তা আছে। নানকে এই সন্দৰ্ভত কয়, তীৰ্থ ভ্ৰমণৰ পৰা জীৱনৰ সঠিক পথ নিৰূপণ কৰিব পাৰি।

৯) নানকে কৈছিল, নিজৰ কাম নিজে কৰা। কাৰো সহায় নোলোৱাকৈ নিজৰ কাম কৰিবলৈ যত্ন কৰা।

১০) মানুহৰ মনৰ পৰা কু সংস্কাৰ দূৰ কৰাৰ বাবে নানকে কৈছিল, ‘কোনো কু সংস্কাৰক প্ৰশ্ৰয় নিদিব। কাৰণ কুসংস্কাৰে মনত ভিতৰত ভয় তৈয়াৰ কৰে আৰু জীৱনক অন্ধকাৰৰ দিছে ঠেলি দিয়ে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
Next Post
সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.