• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

3 years ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

30 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

59 minutes ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

3 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

11 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

12 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

12 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

13 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

13 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

14 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

editor by editor
November 27, 2023
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ
0
SHARES
18.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গেছ চিলিণ্ডাৰক লৈ ডাঙৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। সম্প্ৰতি গেছ চিলিণ্ডাৰৰৰ সৈতে বায়মেট্ৰিক ডাটা সংযোযন কৰাটো বাধ্যতামূলক বুলি জনাইছে কেন্দ্ৰই। নতুন সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে এক সূত্রই। সূত্ৰৰ খবৰ অনুসৰি নতুন নিৰ্দেশনামতে নতুনকৈ গেছৰ কানেকছন লোৱা সকলো গ্ৰাহকৰ ক্ষেত্ৰতেই কম্পোজিট গেছ চিলিণ্ডাৰ বাধ্যতামূলক কৰা হৈছে। ইতিমধ্যেই ডিলাৰসমূহলৈ এই বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে কেন্দ্ৰই। মূলতঃ গ্ৰাহকৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লৈছে কেন্দ্ৰই।

পূৰ্বে নতুন গেছ চিলিণ্ডাৰৰ কানেকছন ল’বলৈ সাধাৰণ জনতাই খৰচ কৰিব লাগে ২২০০ টকা। কিন্তু নতুনকৈ আহিবলগা কম্পেজিট গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত এইদাম বৃদ্ধি হৈ হ’ব ৩০০০ টকা। অৰ্থাৎ প্ৰতিটো চিলিণ্ডাৰত মুঠ ৮০০ টকা বেছিকৈ খৰচ হ’ব। দুটা চিলিণ্ডাৰ প্ৰায়সকলেই লয় তেনেক্ষেত্ৰত এই বৃদ্ধিৰ পৰিমাণ হ’ব ১৬০০ টকা। দাবী কৰা অনুসৰি নতুন কানেকশ্ব্যন লোৱাৰ ক্ষেত্ৰত সকলোৱে এতিয়াৰে পৰা কম্পোজিট চিলিণ্ডাৰেই ল’ব লাগিব। নতুনকৈ লোহাৰ গেছ চিলিণ্ডাৰ হিচাপে দেশত এতিয়া ৫ কিঃগ্ৰাঃৰ চিলিণ্ডাৰহে পোৱা যাব। পূৰ্বৰ সকলো ডাঙৰ চিলিণ্ডাৰৰ ঠাইত কম্পোজিত চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব লাগিব গ্ৰাহকে।

কম্পোজিট চিলিণ্ডাৰ ব্যৱহাৰৰ সুবিধা পাব সকলো গ্ৰাহকেই। এই নতুন চিলিণ্ডাৰ ব্যৱহাৰত আছে অইন কেইবাটাও সুবিধা। এই চিলিণ্ডাৰ পাতল। দাঙি আনিবলৈকো সুবিধা। সকলোতকৈ ডাঙৰ সুবিধা হৈছে এই চিলিণ্ডাৰ বিস্ফোৰণ হ’লেও কোনোধৰণৰ ডাঙৰ দুৰ্ঘটনা নহয়। বৰ্তমান কেইবাটাও চিলিণ্ডাৰ সৰবৰাহকাৰী কেইবাটাও সংস্থাই এই কম্পোজিট চিলিণ্ডাৰ বজাৰলৈ আনিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
Next Post
ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.