• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

2 years ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

24 minutes ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

47 minutes ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

1 hour ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

2 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

2 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

3 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

4 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

4 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

6 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

6 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

8 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

editor by editor
November 27, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ
0
SHARES
17.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৭ নৱেম্বৰত সোমবাৰে চন্দ্ৰই বৃষ ৰাশিৰ গোচৰ কৰিছে। ইয়াৰোপৰি আগন্তুক সময়ত শিৱ যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগত একাধিক শুভ যোগৰ প্ৰভাৱ থাকিব। ইয়াৰোপৰি সোমবাৰে প্ৰথমে কৃত্তিকা নক্ষত্ৰ আৰু ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱো পৰিব। হিন্দুধৰ্ম অনুসৰি এই দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ দিন। ২৭ নৱেম্বৰত পালিত হ’ব ৰাস পূৰ্ণিমা আৰু ৰাস উৎসৱ। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোতেই শ্ৰী ৰাধা আৰু গোপিনীসকলৰ সৈতে ৰাসলীলা কৰিছিল শ্ৰীকৃষ্ণই। আমাৰ ৰাজ্যৰ ওপৰিও নৱদ্বীপ আৰু উত্তৰ প্ৰদেশৰ মথুৰা, বৃন্দাবনটো ৰাসোৎসৱ পালন কৰা হয়। ৰাস পূৰ্ণিমাত ৰাধা আৰু কৃষ্ণৰ পূজা কৰা হয়। জ্যোতিষ গণনা অনুসৰি এই শুভ দিনত ৫ ৰাশিৰ জাতকৰ জীৱনলৈ সৌভাগ্য হ’ব। জানি থওক শ্ৰী কৃষ্ণৰ কৃপাত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকে।

মেষ ৰাশি
আগন্তুক সময়ত আপুনি যি কামতেই হাত দিব সফলতা পাবই। সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। আপোনাৰ কামত পৰিয়ালৰ সদস্যসকলে আপোনাক লৈ গৰ্ব কৰিব। সপ্তাহৰ প্ৰথম দিনাই আপুনি মোটা আৰ্থিক ধন লাভ কৰিব। কাল সন্ধিয়াবেলা অশ্বত্থ গছৰ তলত এটা প্ৰদীপ জ্বলাব।

বৃষ ৰাশি
সোমবাৰে সন্তানৰ সাফল্যৰ কাৰণে গৰ্বিত আৰু আনন্দিত হ’ব বৃষ ৰাশিৰ জাতকে। বৃষ ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত বহিলে ভাল ফল লাভ কৰিব। আপুনি জাগতিক সুখ আৰু স্বাচ্ছন্দ্য লাভ কৰিব। প্ৰেমত নতুন কিছু অভিজ্ঞতা লাভ কৰিব বৃষ ৰাশিৰ জাতকে। কাল তীৰ্থ দৰ্শন কৰিব পাৰে। শ্ৰী কৃষ্ণক মাখন আৰু চেনী নিবেদন কৰিব।

মিথুন ৰাশি
সোমবাৰে মিথুন ৰাশিৰ জাতকসকলৰ কামত সুখী হ’ব ঊৰ্ধতন কৰ্তৃপক্ষ। কাৰ্যালয়ত আপোনাৰ প্ৰতিপত্তি বাঢ়িব। সন্ধিয়া সময়ত পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। সন্তান সংক্ৰান্তীয় কোনো সমস্যা থাকিলে আঁতৰিব। আইনী কোনো প্ৰক্ৰিয়াত সোমাই পৰিলে পিতৃৰ সহায় লওক।

কৰ্কট ৰাশি
সোমবাৰে সৰ্বাৰ্থ সিদ্ধি যোগত ভাল দিন কটাব কৰ্কট ৰাশিৰ জাতকে। সন্ধিয়া আপোনাৰ পৰিয়ালত কোনো পাৰ্টী চলিব পাৰে। জীৱনসংগীৰ সৈতে শ্বপিং কৰিব পাৰে।

বৃশ্চিক ৰাশি
সোমবাৰে ৰাসপূৰ্ণিমাত শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। শহুৰৰ ঘৰৰ পৰা আপুনি উপহাৰ লাভ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতকৰ মনত সুখ শান্তিয়ে বিৰাজ কৰিব। ধৰ্মীয় বিষয়ৰ প্ৰতি আপুনিও আগ্ৰহী হ’ব পাৰে। অবিবাহিত সকলে সংগী লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা
ভাৰত

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

May 7, 2026
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

May 7, 2026
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?
বিনোদন

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
Next Post
এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.