হঠাৎ সলনি হ’ল মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাৰ বতৰ৷
পুৱাৰে পৰা থকা প্ৰখৰ ৰ’দ গুচি আহিছে ধুমুহা-বৰষুণ৷
হঠাৎ ক’লা মেঘে ছানি ধৰিছিল মহানগৰীৰ আকাশ৷
মেঘাচন্ন মহানগৰীত আহিছে আহিনৰ প্ৰথমজাক বৰষা৷
গুৱাহাটীৰ ওপৰিও চৰাইদেও, কাছাৰকে ধৰি কেইবাটাও প্ৰান্তত আহিছে বৰষুণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ