• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰূপালী পৰ্দাত জনপ্ৰিয় হোৱাৰ আগতে দীপিকাই কৰিছিল এইসমূহ কাম! ওপজা দিনত দীপিকাৰ অজানা কথা…

3 years ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

26 minutes ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

1 hour ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

2 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

13 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

14 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

16 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰূপালী পৰ্দাত জনপ্ৰিয় হোৱাৰ আগতে দীপিকাই কৰিছিল এইসমূহ কাম! ওপজা দিনত দীপিকাৰ অজানা কথা…

editor by editor
January 5, 2023
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, ভাৰত
0
ৰূপালী পৰ্দাত জনপ্ৰিয় হোৱাৰ আগতে দীপিকাই কৰিছিল এইসমূহ কাম! ওপজা দিনত দীপিকাৰ অজানা কথা…
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি বলীউড অভিনেত্ৰী দীপিকা পাডুকনৰ ওপজা দিন। শ্বাহৰুখ খানৰ বিপৰীতে ‘ওম শান্তি ওম’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল দীপিকাই। প্ৰথমখন ছবিয়ে দীপিকাৰ চুপাৰহিট হৈছিল। তাৰপাছত দীপিকাই আৰু বৰ্তমানলৈ উভতি চাব লগা হোৱা নাই। বৰ্তমান বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰীৰ তালিকাত দীপিকাৰ নাম ল’বলৈ বাধ্য প্ৰতিগৰাকী লোকেই।

বলীউডৰ ছবিত অভিনয় কৰাৰ পূৰ্বে কি কৰিছিল দীপিকাই? অভিনয়ত কেৰিয়াৰ আৰম্ভ হোৱাৰ পূৰ্বে সৰু পৰ্দাত দৰ্শকৰ পৰিচিত অভিনেত্ৰী আছিল দীপিকা। ইয়াৰোপৰি একাধিক বিজ্ঞাপনত কাম কৰিছিল দীপিকাই। এই সমূহ বিজ্ঞাপন প্ৰতিগৰাকী দৰ্শকে নিশ্চয় দেখিছে। অভিনেত্ৰী দীপিকাৰ প্ৰথম জনপ্ৰিয় বিজ্ঞাপন কি আছিল?

২০০০ চনতেই বিজ্ঞাপন জগতত দীপিকা জনপ্ৰিয় হৈছিল। দীপিকাৰ প্ৰথম জনপ্ৰিয় বিজ্ঞাপন আছিল এটা টুথপেষ্টৰ বিজ্ঞাপন। তাৰপাছত দেশৰ একাধিক নামী-দামী ব্ৰেণ্ডৰ বিজ্ঞাপন কৰিছে দীপিকাই। কেতিয়াবা যদি শীতল পানীয়ৰ বিজ্ঞাপন কৰিছে কেতিয়াবা পোছাকৰ বিজ্ঞাপনত দেখা গৈছে দীপিকাক। মডেলিঙৰ জগততো আছে দীপিকাৰ বিশেষ দখল। মৰম লগা হাঁহি, ডিম্পল পৰা গালেই প্ৰতিগৰাকী দৰ্শকেই দীপিকাক চাবৰ বাবে আগ্ৰহী কৰি তোলে। বিজ্ঞাপন আৰু মডেলিঙৰ জগতত বিশেষ স্থান দখল কৰাৰ বাবেই ৰূপালী পৰ্দাত দীপিকা জনপ্ৰিয় হৈ উঠাৰ বাবে বিশেষ সময়ৰ প্ৰয়োজন নহ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
জীৱনশৈলী

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
Next Post
ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম…

ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম...

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন