• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিয়ানা নিৰ্বাচনত বিনেশ ফোগাতৰ পাছত এইবাৰ লেডী খালী

হাৰিয়ানা নিৰ্বাচনত বিনেশ ফোগাতৰ পাছত এইবাৰ লেডী খালী

2 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

5 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

6 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

6 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

6 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

7 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

7 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

7 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

8 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

8 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

8 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

9 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাৰিয়ানা নিৰ্বাচনত বিনেশ ফোগাতৰ পাছত এইবাৰ লেডী খালী

editor by editor
September 11, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
হাৰিয়ানা নিৰ্বাচনত বিনেশ ফোগাতৰ পাছত এইবাৰ লেডী খালী
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰিয়ানা নিৰ্বাচনত বিনেশ ফোগাতৰ পাছত এইবাৰ লেডী খালী

১২ ছেপ্টেম্বৰ কাইলৈ বৃহস্পতিবাৰে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ। ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছকে ধৰি সকলো দলে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি আছে। আটাইতকৈ আকৰ্ষণীয় প্ৰতিযোগিতাখন ৰাজ্যখনৰ জুলানাৰ আসনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

জুলানা আসনত কংগ্ৰেছে মল্লযুঁজাৰু বিনেশ ফ’গাটক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আনহাতে বিজেপিয়ে মঙলবাৰে এই আসনৰ পৰা কেপ্তেইন যোগেশ বৈৰাগীক নিজৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে। বুধবাৰে আম আদমী পাৰ্টিয়েও নিজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

আপে এই সমষ্টিত লেডী খালি খ্যাত কবিতা দলালক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে। যাৰ ফলত সমষ্টিটোত প্ৰতিযোগিতাখন অতি আকৰ্ষণীয় কৰি তুলিছে। এই নিৰ্বাচনত জেজেপিৰ পৰাও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অমৰজীত ধনদাই।

জুলানা আসনত ত্ৰিকোণীয় প্ৰতিযোগিতাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কংগ্ৰেছৰ প্ৰাৰ্থী, বিজেপিৰ প্ৰাৰ্থী আৰু আপৰ প্ৰাৰ্থীৰ মাজত এই নিৰ্বাচনী যুঁজ দেখিবলৈ পোৱা যাব।

WWE ৰ মল্লযুঁজাৰু সমগ্ৰ বিশ্বতে লেডী খালী খ্যাত কবিতাই আম আদমী পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হবলৈ ওলাইছেষ। কবিতা জুলানা সমষ্টিৰেঅ মালভি গাঁৱৰ বাসিন্দা। ছুৰিদাৰ পিন্ধি WWE ৰিঙত প্ৰৱেশ কৰা কবিতাৰ আছে এক সুকিয়া পৰিচয়।

কবিতা দলালে দ্বাদশ এছিয়ান গেমছত ভাৰোত্তোলনত স্বৰ্ণ পদক লাভ কৰিছিল। ২০২২ চনত ৰাজনীতিত প্ৰৱেশ কৰি আম আদমী পাৰ্টিত যোগদান কৰিছিল। আপত যোগদান কৰি কবিতাই কৈছিল অৰবিন্দ কেজৰিৱালৰ ওপৰত অতিশয় আপ্লুত। দলটোৱে কবিতাক যি দায়িত্ব দিব, সেই দায়িত্ব পালন কৰিব। এতিয়া নিৰ্বাচনৰ মঞ্চত বিনেশ ফ’গাটক কবিতাই টক্কৰ দিব পাৰে নে নাই সেয়াহে লক্ষণীয় হ’ব।

অৱশ্যে জুলানা সমষ্টিত এতিয়া প্ৰায় সকলোৰে মুখে মুখে এটাই নাম। সেয়া হৈছে বিনেশ ফোগাট। জনপ্ৰিয়া প্ৰাৰ্থী হৈ পৰিছে বিনেশ । বিনেশৰ জয়ৰ আশাও অন্য প্ৰাৰ্থীৰ তুলনাত অধিক। সমষ্টিটোত বিনেশৰ জৰিয়তে কংগ্ৰেছে আসন খন লাভ কৰিব বুলি বহু লোকে এতিয়া মন্তব্য কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hariyanaHariyana Bidhansabha electionIndianIndian PoliticsKabita dalanLady KhaliVinesh Phogat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
Next Post
ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ

ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.