• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ

ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

2 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

3 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

3 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

3 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

4 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

5 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

6 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

7 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ

editor by editor
September 11, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ

ভাৰতৰ এগৰাকী এনে ছুপাৰষ্টাৰ, যিয়ে এতিয়ালৈকে ২৭০ৰো অধিক চিনেমাত কাম কৰিছে। যাৰ ভিতৰত ১৮০ খনেই ফ্লপ। তথাপি ভাৰতৰ ছুপাৰষ্টাৰ বোলা হয় অভিনেতাগৰাকীক। সেই অভিনেতাগৰাকীয়ে হৈছে মিথুন চক্ৰৱৰ্তী। বলীউডত মিথুন দা বুলি পৰিচিত।

বলীউডৰ প্ৰথমগৰাকী ‘ডিস্কো ডান্সাৰ’ মিথুন চক্ৰৱৰ্তীয়ে চাৰি দশকৰো অধিক সময় ধৰি চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছে। আজিও মিথুন চক্ৰৱৰ্তী চিনেমাত সক্ৰিয়। ৭৪ বছৰ বয়সতো মিথুনক ছবিত একেবাৰে ফিট দেখা যায়।

মিথুন চক্ৰৱৰ্তীৰ কেৰিয়াৰত বহু হিট ছবি আৰু লগতে বহু ফ্লপ ছবিও দিছে। মিথুনে নিজৰ চলচ্চিত্ৰ জীৱনত ২৫০খনতকৈও অধিক ছবিত কাম কৰাৰ লগতে ৩০খনতকৈও অধিক বেক টু বেক ফ্লপ ছবিও দিছে।

মিথুনে ২৭০খন ছবিৰ ভিতৰত ১৮০খন ছুপাৰ ফ্লপ ছবি দিছে, য’ত ৩৩খন ছবি বেক টু বেক আছে। ইয়াৰ পিছতো মিথুনদাক আজিৰ দিনটোত ছুপাৰষ্টাৰ বুলি কোৱা হয়। অভিনেতা হোৱাৰ উপৰিও মিথুন দা এজন ৰাজনীতিবিদ আৰু তেওঁৰ নাম ‘লিমকা বুক অৱ ৰেকৰ্ডছ’তো লিপিবদ্ধ কৰা হৈছে।

১৯৮৯ চনত মিথুনে একেৰাহে ১৯খন ছবি কৰিছিল। মিথুনৰ এই অভিলেখ আজিলৈকে অক্ষত আছে। ‘মৃগয়া’ ছবিৰে বলীউডত অভিষেক ঘটা মিথুনে। এই ছবিখনৰ জৰিয়তে অভিনেতাগৰাকীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে বলীউডতো স্থান লাভ কৰে।

৮০ৰ দশক মিথুন দাৰ যুগ যদিও ৯০ৰ দশকত বেক টু বেক ফ্লপ ছবিয়ে মিথুনৰ ষ্টাৰডমত ডাঙৰ ক্ষতিসাধন কৰিছিল। এক প্ৰতিবেদন অনুসৰি বলীউডত সৰ্বাধিক ফ্লপ ছবি দিয়াৰ অভিলেখ মিথুনৰ হাতত আছে। মিথুনৰ পিছত অভিনেতা জিতেন্দ্ৰৰ ফ্লপ ছবি দিয়াৰ অভিলেখ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: I ndian HeroIndian HeroMithun ChakrabartyMithun daSuperstar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়

শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ'ব সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.