• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়

শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়

2 years ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

7 minutes ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

2 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

2 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

3 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

4 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

4 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

13 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

14 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

14 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

15 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

15 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়

editor by editor
September 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়
0
SHARES
296
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়

সকলো গ্ৰহৰ ভিতৰত শনি দেৱৰ এক বিশেষ স্থান আছে। ২০২৪ চনৰ অক্টোবৰ মাহত শনিৰ নক্ষত্ৰমণ্ডল সলনি হ’ব, যিটো কিছু ৰাশিৰ লোকৰ বাবে অতিকে অশুভ বুলি গণ্য কৰা হয়।

মেষ ৰাশি – খং অতি সোনকালে এৰক অন্যথা বেয়া পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হওক। ২০২৪ চনৰ ৩ অক্টোবৰৰ পৰা শনি মহাৰাজে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ পৰা শতভিষ নক্ষত্ৰলৈ ট্ৰেনজিট কৰিব। ২০২৪ চনৰ ২৭ ডিচেম্বৰলৈকে এই নক্ষত্ৰমণ্ডলত থাকিব। এই সময়ছোৱাত কোনো ভুল কাম নকৰিব।

মিথুন ৰাশি – জীৱনত টকা সঞ্চয় কৰাটো কিমান গুৰুত্বপূৰ্ণ। এই ট্ৰেনজিট সময়ছোৱাত আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। ধন উপাৰ্জনৰ নতুন উপায় বিচাৰি ব্যস্ত হ’ব। মানসিক চাপ বাঢ়িব পাৰে।

সিংহ ৰাশি – সূৰ্য্য শনি দেৱৰ পিতৃ। সিংহ ৰাশিৰ প্ৰভু সূৰ্য্য। যাৰ বাবে পৰিয়ালৰ ক্ষেত্ৰত এই ৰাশিৰ লোকে বিশেষ কষ্ট নাপায়। কিন্তু শনিয়ে শ্বেয়াৰ বজাৰৰ সৈতে জড়িত থকা লোকৰ বাবে কিছু চিন্তা বৃদ্ধি কৰাব। কেৰিয়াৰ সম্পৰ্কে কিছু চিন্তা বাঢ়িব।

তুলা ৰাশি – শনি দেৱৰ যদি কোনো অতি প্ৰিয় ৰাশি আছে তেন্তে সেয়া হৈছে তুলা ৰাশি। এই কাৰণে আপুনি নিশ্চিন্ত হোৱা উচিত, কিন্তু যদি আপুনি কোনো অন্যায় কৰে তেন্তে শনিয়ে কঠোৰ শাস্তি দিয়াৰ পৰা বিৰত নাথাকে। কাকো ঠগিব নালাগে আৰু উপযুক্ত মানুহক সমৰ্থন কৰক। তেতিয়া চাওক শনি আপোনাৰ জীৱনত কি কি আশ্চৰ্য্য কৰে।

কুম্ভ ৰাশি- আৰ্থিক লাভৰ সময় আহি পৰিছে। যদি আপুনি ঠিকাদাৰী কৰে তেন্তে আবদ্ধ পেমেণ্ট ক্লিয়াৰ কৰিব পাৰিব। ব্যৱসায়ত নতুন যোগাযোগৰ জৰিয়তে আপোনাৰ আয় বৃদ্ধি পাব পাৰে। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰ বেয়া দেখা যায় এই সময়ত।

মীন ৰাশিঃ শনি গ্ৰহই ধনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু যদি আপুনি অধ্যয়ন কৰি আছে বা ৰাজনীতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত তেন্তে শনিৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত পৰিব। আপোনাৰ অগ্ৰগতি কোনেও বাধা দিব নোৱাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologySani Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়
জীৱনশৈলী

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

May 20, 2026
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!
জীৱনশৈলী

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

May 20, 2026
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?
জীৱনশৈলী

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

May 20, 2026
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম
জীৱনশৈলী

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

May 20, 2026
Next Post
কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

তেওঁলোকৰ খেল শেষ, নিশাই আত্মসমৰ্পন চুমি-তাৰ্কিকৰ, সামাজিক মাধ্যমত স্পষ্টকৈ কি লিখিলে ডিজিপিয়ে?

তেওঁলোকৰ খেল শেষ, নিশাই আত্মসমৰ্পন চুমি-তাৰ্কিকৰ, সামাজিক মাধ্যমত স্পষ্টকৈ কি লিখিলে ডিজিপিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.