• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

1 year ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

1 day ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

2 days ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

3 days ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ

editor by editor
September 11, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ, জানক সবিশেষ
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ, ভাৰতৰ পৰা দেখা যাব নে, কেতিয়া লাগিব গ্ৰহণ

সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ এনে দুটা জ্যোতিৰ্বিজ্ঞানৰ ঘটনা, যিয়ে সমগ্ৰ বিশ্বৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। ক’ৰবাত বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা আৰু ক’ৰবাত আধ্যাত্মিকতাৰ দৃষ্টিকোণৰ পৰা। ছেপ্টেম্বৰ মাহত হ’বলৈ গৈ আছে আৰু এটা গ্ৰহণ। চলিত বৰ্ষৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ ১৭ ছেপ্টেম্বৰত সংঘটিত হ’ব। এয়া হ’ব আংশিক চন্দ্ৰগ্ৰহণ।

১৭ ছেপ্টেম্বৰত সংঘটিত হ’ব আংশিক চন্দ্ৰগ্ৰহণ। বহু ঠাইত ১৮ ছেপ্টেম্বৰতো দেখা যায়। ভাৰতীয় সময় অনুসৰি পুৱা ৬.১১ বজাৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ।

যি মুহূৰ্তত গ্ৰহণ আৰম্ভ হ’ব, সেই মুহূৰ্তত ভাৰতত ৰাতিপুৱা হ’ব। ইয়াৰ বাবেই ভাৰতত চন্দ্ৰগ্ৰহণ দেখা নাযায়। তথ্য অনুসৰি উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আফ্ৰিকাৰ কিছু অংশৰ লগতে এছিয়া আৰু ৰাছিয়াৰ পশ্চিম অঞ্চল আৰু এন্টাৰ্কটিকাৰ কিছু অঞ্চলত এই আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব।

ভাৰতত এই গ্ৰহণ দেখা নাযায় যাৰ বাবে ইয়াৰ প্ৰভাৱো ভাৰতত নপৰে, কিন্তু যদি জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ ফালৰ পৰা চোৱা যায় তেন্তে চন্দ্ৰগ্ৰহণ গুৰুত্বপূৰ্ণ। ভাৰতীয় সময় অনুসৰি ১৮ ছেপ্টেম্বৰৰ পুৱা ৬:১১ বজাৰ পৰা গ্ৰহণ আৰম্ভ হ’ব। সময় আৰু তাৰিখ অনুসৰি ইয়াৰ সৰ্বোচ্চ প্ৰভাৱ পুৱা ৮.১৪ বজাত দেখা যাব। পুৱা ১০:১৭ বজাত শেষ হ’ব গ্ৰহণ।

২০২৪ চনৰ প্ৰথম চন্দ্ৰগ্ৰহণ ২৫ মাৰ্চত দেখা গৈছিল। ই আছিল এক পেনুমব্ৰেল চন্দ্ৰগ্ৰহণ। এনেধৰণৰ গ্ৰহণত চন্দ্ৰই পৃথিৱীৰ ছাঁৰ বাহিৰৰ অঞ্চল এটাৰ মাজেৰে পাৰ হৈ যায় যাক পেনুম্ব্ৰা বুলি কোৱা হয়। ইউৰোপ, অষ্ট্ৰেলিয়া, আফ্ৰিকা, উত্তৰ-পূব এছিয়া, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আদিত এই চন্দ্ৰগ্ৰহণ দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyindiaLunar EclipseLunar Eclipse 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?
জীৱনশৈলী

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

November 12, 2025
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?
জীৱনশৈলী

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

November 11, 2025
Next Post
শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ’ব সময়

শনিৰ নক্ষত্ৰ সলনি, সাৱধান হৈ যাওক এই ৰাশিৰ লোক, কঠিন হ'ব সময়

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন