• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্দিৰলৈ বুলি গৈ থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২ টি শিশুসহ ৭ জনে, ৮ জনৰ অৱস্থা সংকটজনক

মন্দিৰলৈ বুলি গৈ থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২ টি শিশুসহ ৭ জনে, ৮ জনৰ অৱস্থা সংকটজনক

2 years ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

33 minutes ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

2 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

2 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

3 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

3 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

4 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

6 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

7 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

8 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মন্দিৰলৈ বুলি গৈ থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২ টি শিশুসহ ৭ জনে, ৮ জনৰ অৱস্থা সংকটজনক

editor by editor
September 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
মন্দিৰলৈ বুলি গৈ থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২ টি শিশুসহ ৭ জনে, ৮ জনৰ অৱস্থা সংকটজনক
0
SHARES
890
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মন্দিৰলৈ বুলি গৈ থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২ টি শিশুসহ ৭ জনে, ৮ জনৰ অৱস্থা সংকটজনক

হাৰিয়ানাৰ জিন্দত সংঘটিত হৈছে এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা ৷ মাজনিশা সংঘটিত এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ জন লোক আহত হৈছে। ৰাজ্যখনৰ নৰৱানাৰ গাঁও বিধৰানা সমীপৰ হিছাৰ-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো মাজনিশা সংঘটিত হৈছে।

কুৰুক্ষেত্ৰৰ মাৰ্চেদি গাঁৱৰ পৰা ৰাজস্থানৰ গোগামেডি মন্দিৰলৈ বুলি যোৱা টাটা এচক পিছফালৰ পৰা এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত ২টি শিশু আৰু এগৰাকী মহিলাসহ ৭ জন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ জন ভক্ত আহত হয়। আহতসকলক আগ্ৰোহা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

তথ্য অনুসৰি হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ মাৰ্চেদি গাঁৱৰ লোক ৰাজস্থানৰ গোগামেডিলৈ গৈ আছিল। মুঠ ১৫ জন লোকে টাটা গাড়ীত যাত্ৰা কৰিছিল। সোমবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই আহিছিল এইসকল লোক। পাছে নৰৱানাৰ বিধাৰানা গাঁৱৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত হিছাৰ-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ বিধাৰানা গাঁও আৰু শিমলাৰ মাজত কাঠ ভৰ্তি ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে।

সংঘৰ্ষৰ পিছত টাটা-এছ এখন গাঁতত উলটি যায় আৰু মাজনিশা হুলস্থুলৰ সৃষ্টি হয়। এই সময়ছোৱাত ঘাইপথেৰে পাৰ হৈ যোৱা একাংশ চালকে আহতসকলক সহায় কৰে। পিছত নৰৱানা আৰক্ষীয়ে ৭খন এম্বুলেন্স সেই স্থানলৈ প্ৰেৰণ কৰাৰ পিছতে তেওঁক নৰৱানাৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। ইয়াত ৭ জন লোকক মৃত ঘোষণা কৰা হৈছে। ইফালে গুৰুতৰভাৱে আহতসকলক আগ্ৰোহালৈ প্ৰেৰণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentDevoteesrajasthanroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
Next Post
এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

হাইৰে, ৪ বছৰীয়াৰ সৈতে ঘটিল এই ঘটনা, অভিযুক্ত ৯ৰ পৰা ১৪ বছৰীয়া

হাইৰে, ৪ বছৰীয়াৰ সৈতে ঘটিল এই ঘটনা, অভিযুক্ত ৯ৰ পৰা ১৪ বছৰীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.