• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

4 years ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

9 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

10 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

11 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

12 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

13 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

14 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

15 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

editor by editor
April 15, 2022
in বিবিধ, বিশ্ব
0
ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি
0
SHARES
607
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজপথত মূৰ আৰু ভৰি নোহোৱা এজন মানুহৰ আৰ্বিভাৱৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ বিশ্ব জুৰি সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

গুগল মেপত আৰ্বিভাৱ হোৱা মূৰ আৰু ভৰি নোহোৱা এই মানুহজনৰ দেহত বগা ৰঙৰ হাজনাট চ্যুট পৰিধান কৰি থকা প্ৰত্যক্ষ কৰা হৈছে৷

সামাজিক মাধ্যমত ভাইৰেল এই ফ’টোসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ ব্ৰুকলীন য়াৰ্ডৰ৷

লগতে পঢ়ক WhatsAppত পুনৰ চাৰিটা নতুন ফিছাৰ! কি কি নতুন বৈশিষ্ট্যযুক্ত হ’ল হোৱাটছএপ?

হাজমাট চ্যুট পৰিধান কৰি থকা দেখা গ’লেও পোছাকযোৰ ভিতৰত কিন্তু কোনো শৰীৰৰো উপস্থিতি দেখা নগৈছিল৷

জানিব পৰা মতে এই ফ’টোসমূহ ২০২১ চনৰ মে’ত মাহত তোলা হৈছিল যদিও এতিয়াহে ভাইৰেল কৰা হৈছে৷

লগতে পঢ়ক কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

অৱশ্যে অতি কঠোৰ নিৰাপত্তা বেষ্টনীৰে আৱেষ্টিত নিউয়ৰ্কৰ মাৰ্কিন নৌ সেনাৰ অধীনস্থ এটা আট্টালিকাৰ সমীপত মূৰ আৰু ভৰি নোহোৱা এক কথাত ক’বলৈ গ’লে চ্যুটৰ ভিতৰত কোনো শৰীৰৰ অৱস্থিতি নথকা এই আকৃতিটোৰ কেনেকৈ আবিৰ্ভাৱ হ’ল তাৰ কোনো তথ্য প্ৰকাশ হোৱা নাই৷

অৱশ্যে এজন ব্যক্তিয়ে এই ক্লাছিক ভয়ংকৰ চৰিত্ৰটোক হ’লো মেনৰ কোভিড সংস্কৰণ বুলিও অভিহিত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBrooklyn Navy YardHeadless 'man' 'Hollow ManNew York Cityusa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
Next Post
বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন